افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم.
#5866[ছহীহ]
HadeethEnc · 1.16.0

তোমালোকে (দ্বীনৰ বিষয়ে) সহজ পন্থা অৱলম্বন কৰা, কঠোৰ পন্থা অৱলম্বন নকৰিবা, মানুহক সুসংবাদ দিয়া, সিহঁতক আঁতৰাই নিদিবা।

Available translations

Choose an available translation of this Hadeeth

01

Hadeeth text

আনাছ বিন মালিক ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ তোমালোকে (দ্বীনৰ বিষয়ে) সহজ পন্থা অৱলম্বন কৰা, কঠোৰ পন্থা অৱলম্বন নকৰিবা, মানুহক সুসংবাদ দিয়া, সিহঁতক আঁতৰাই নিদিবা।
02

Explanation

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মানুহৰ প্ৰতি সহজ পন্থা অৱলম্বন কৰিবলৈ নিৰ্দেশ দিছিল, আৰু সিহঁতৰ প্ৰতি কঠোৰতা অৱলম্বন কৰিবলৈ নিষেধ কৰিছিল। দ্বীনি হওক বা দুনিয়াৱী উভয় ক্ষেত্ৰতে তেখেতৰ এই নিৰ্দেশনা আছিল। এইটো হ'ব লাগিব আল্লাহে বৈধ কৰা চৰীয়ত মুতাবিক।

লগতে তেখেতে মানুহক কল্যাণৰ প্ৰতি আহ্বান কৰিবলৈ উৎসাহিত কৰিছে আৰু চৰীয়তৰ পৰা বিতাৰিত কৰিবলৈ নিষেধ কৰিছে।
03

Benefits

মুমিনৰ কৰ্তব্য হৈছে আল্লাহৰ বাবে মানুহক ভাল পোৱা, আৰু সিহঁতক কল্যাণৰ প্ৰতি উৎসাহিত কৰা।
আল্লাহৰ ফালে আহ্বানকাৰীৰ বাবে উচিত, হিকমত সহকাৰে মানুহৰ ওচৰলৈ ইছলাম প্ৰচাৰ কৰা।
সুসংবাদে আনন্দৰ জন্ম দিয়ে তথা দাৱাত প্ৰচাৰ কৰা ব্যক্তিয়ে মানুহৰ ওচৰত যি উপস্থাপন কৰে সেইটো গ্ৰহণ কৰাৰ পৰিৱেশ তৈয়াৰ কৰে আৰু প্ৰশান্তিৰ উদ্ভৱ হয়।
পক্ষান্তৰে কঠোৰতাই মানুহক আঁতৰাই দিয়ে তথা দূৰ কৰি দিয়ে আৰু সংশয় সৃষ্টি কৰে।
বান্দাসকলৰ প্রতি আল্লাহৰ ৰহমত অসীম, তেওঁ সিহঁতৰ বাবে সহজ চৰীয়ত আৰু সহনীয় দ্বীন পছন্দ কৰিছে।
সহজ কৰাৰ দ্বাৰা সেইটোকে বুজোৱা হৈছে, যিটো চৰীয়তৰ অনূকুল।

Attribution

[(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})]

Categories

Share

Share hadeeth

Sharing options · 0 Total shares

Share

← Back to encyclopedia
Shopping Basket

Loading...