افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم.
#58148[ছহীহ]
HadeethEnc · 1.16.0

তিনি প্ৰকাৰ লোকৰ পৰা কলম উঠাই লোৱা হৈছেঃ ১) টোপনিত থকা ব্যক্তি, যেতিয়ালৈকে সাৰ নাপায়। ২) শিশু, যেতিয়ালৈকে সি প্ৰাপ্তবয়স্কত উপনীত নহয়। ৩) উন্মাদ ব্যক্তি, যেতিয়ালৈকে বোধশক্তি ঘূৰাই নাপায়।

Available translations

Choose an available translation of this Hadeeth

01

Hadeeth text

আলী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ তিনি প্ৰকাৰ লোকৰ পৰা কলম উঠাই লোৱা হৈছেঃ ১) টোপনিত থকা ব্যক্তি, যেতিয়ালৈকে সাৰ নাপায়। ২) শিশু, যেতিয়ালৈকে সি প্ৰাপ্তবয়স্কত উপনীত নহয়। ৩) উন্মাদ ব্যক্তি, যেতিয়ালৈকে বোধশক্তি ঘূৰাই নাপায়।
02

Explanation

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, এই তিনি প্ৰকাৰ লোকৰ বাহিৰে বাকী সকলোৱে চৰীয়তৰ বিধানসমূহ পালন কৰিবলৈ দায়বদ্ধ।

শিশু, ডাঙৰ নোহোৱালৈকে তথা প্ৰাপ্তবয়স্ক নোহোৱালৈকে (চৰীয়তি বিধান পালন কৰিবলৈ দায়বদ্ধ নহয়)।

বিবেকহীন পাগল ব্যক্তি, যেতিয়ালৈকে তাৰ বিবেক ঘূৰি নাহিব। ( তেতিয়ালৈকে চৰীয়তি বিধান পালন কৰিবলৈ দায়বদ্ধ নহয়)।

টোপনিত থকা ব্যক্তি, যেতিয়ালৈকে সাৰ নাপায় (তেতিয়ালৈকে চৰীয়তি বিধান পালন কৰিবলৈ দায়বদ্ধ নহয়)।

এইসকল লোক চৰীয়তৰ বিধান পালন কৰিবলৈ দায়বদ্ধ নহয়। এনেকুৱা লোকে কৰা গুনাহ লিপিবদ্ধ কৰা নহয়। কিন্তু টোপনিত থকা আৰু পাগল ব্যক্তিৰ বাহিৰে শিশুৰ কল্যাণকৰ কাম লিপিবদ্ধ কৰা হয়। উক্ত দুই শ্ৰেণীৰ লোকৰ ইবাদত এইকাৰণে গ্ৰহণযোগ্য নহয় কাৰণ সিহঁতৰ উপলব্ধি কৰিব পৰা শক্তি নাথাকে।
03

Benefits

মানুহৰ যোগ্যতাৰ অভাৱ কেতিয়াবা টোপনিৰ ফলত হয়, যাৰ ফলত তেওঁ নিজৰ কৰ্তব্য পালনৰ বাবে সজাগ হোৱাৰ পৰা বঞ্চিত হয়। অথবা কেতিয়াবা কম বয়সৰ কাৰণেও যোগ্যতাৰ অভাৱ হয়। এইদৰে কেতিয়াবা উন্মাদনাৰ কাৰণেও যোগ্যতা হেৰুৱায়, যাৰ বাবে তেওঁৰ মানসিক কাৰ্য্যকলাপত ব্যাঘাত জন্মে। অথবা এই ধৰণৰ বেলেগ কোনো অৱস্থা, যেনে নিচাগ্ৰস্ত অৱস্থা। এতেকে যিয়ে পাৰ্থক্য আৰু সঠিক কল্পনাৰ ক্ষমতা হেৰুৱাই পেলায়, তেওঁ এই তিনিটা কাৰণৰ যিকোনো এটা কাৰণত যোগ্যতাৰ পৰা বঞ্চিত হয়। মহান আল্লাহে ন্যায়, প্ৰজ্ঞা আৰু তেওঁৰ উদাৰতা কাৰণে এনেকুৱা ব্যক্তিৰ দ্বাৰা হোৱা সীমালংঘন বা দোষ-ত্ৰুটিৰ বাবে তাক জগৰীয়া নকৰে।
এনেকুৱা লোকৰ গুনাহ লিপিবদ্ধ কৰা নহয়। আনকি দুনিয়াৱী ক্ষেত্ৰতো কিছুমান বিষয়ত সিহঁতৰ ওপৰত নিয়ম-নীতি প্ৰযোজ্য নহয়। উদাহৰণস্বৰূপে যদি কোনো পগলা ব্যক্তিয়ে কাৰোবাক হত্যা কৰে, তেন্তে তেওঁৰ ওপৰত কোনো কিচাচ (প্ৰতিশোধ) লোৱা নহ'ব, আৰু কোনো কাফ্ফাৰাও নাই, কিন্তু তেওঁৰ আত্মীয়সকলে ৰক্তপণ আদায় দিব লাগিব।
প্ৰাপ্তবয়স্ক হোৱাৰ তিনিটা চিহ্ন আছেঃ বীৰ্যপাত হোৱা বা স্বপ্নদোষ হোৱা, অথবা নাভীৰ তলত নোম গজা, নাইবা পোন্ধৰ বছৰ বয়সত উপনীত হোৱা। আনহাতে নাৰীসকলৰ চতুৰ্থ আলামত হৈছে ঋতুস্ৰাৱ হোৱা।
ছুবকী ৰাহিমাহুল্লাহে কৈছেঃ আৰবী ভাষাত (الصبي) কোৱা হয়, শিশুক। শিশু যেতিয়া মাকৰ পেটত থাকে তেতিয়া জানীন বুলি কোৱা হয়। ভূমিষ্ঠ হোৱাৰ পিছত (الصبي) বুলি কোৱা হয়, মাকৰ গাখীৰ এৰাৰ পিছৰ পৰা সাত বছৰ বয়সলৈকে (الغلام) বোলে। দহ বছৰ বয়সলৈকে (يافِع) বোলে, পোন্ধৰ বছৰ বয়সলৈকে (حزور) বোলে। ছুয়ুতী ৰাহিমাহুল্লাহৰ মতে এই সকলো অৱস্থাতে তাক ছাবী বা শিশু হিচাপে গণ্য কৰা হয়।

Attribution

[(আবু দাঊদ, তিৰমিজী, নাছায়ী ফিল কুবৰা, ইবনে মাজাহ, আহমদ)]

Categories

Share

Share hadeeth

Sharing options · 0 Total shares

Share

← Back to encyclopedia
Shopping Basket

Loading...