HadeethEnc · 1.16.0
সমকামী ব্যক্তি অথবা স্ত্ৰীৰ পায়ু পথেৰে যৌন মিলন কৰা ব্যক্তিৰ ফালে আল্লাহে (ৰহমতৰ) দৃষ্টিপাত নকৰিব।
Available translations
Choose an available translation of this Hadeeth
01
Hadeeth text
আব্দুল্লাহ ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাৰ বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "সমকামী ব্যক্তি অথবা স্ত্ৰীৰ পায়ু পথেৰে যৌন মিলন কৰা ব্যক্তিৰ ফালে আল্লাহে (ৰহমতৰ) দৃষ্টিপাত নকৰিব।"
02
Explanation
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই কঠোৰ সতৰ্কবাণী দিছে যে, সমকামী ব্যক্তিৰ প্ৰতি তথা যিয়ে স্ত্ৰীৰ পায়ু পথত যৌন মিলন কৰে তেনেকুৱা ব্যক্তিৰ প্ৰতি আল্লাহে ৰহমতৰ দৃষ্টিপাত নকৰিব। কাৰণ এইটো হৈছে মহা পাপ।
03
Benefits
সমকামিতা হৈছে মহা পাপ।
স্ত্ৰীৰ পায়ু পথত যৌন মিলন কৰাটোও মহা পাপ।
আল্লাহে দৃষ্টিপাত নকৰিব অৰ্থাৎ ৰহমতৰ দৃষ্টিৰে নাচাব। ইয়াৰ অৰ্থ এইটো নহয় যে, একেবাৰেই নাচাব। কাৰণ আল্লাহৰ পৰা কোনো বস্তুৱে গোপন নহয় আৰু তেওঁৰ দৃষ্টিৰ পৰাও অগোচৰ নহয়।
এইবোৰ কৰ্ম হৈছে মানৱ জীৱনৰ আটাইতকৈ ভয়াৱহ অশ্লীলতা। তথা এইবোৰ হৈছে সুস্থ প্ৰকৃতি আৰু সুস্থ মানসিকতাৰ পৰিপন্থী। লগতে ইয়াৰ ফলত বংশবৃক্ষ বিনষ্ট হয় আৰু পাৰিবাৰিক জীৱনত ব্যাঘাত জন্মে। বিদ্বেষ আৰু শত্ৰুতাৰ বীজ ৰোপণ হয়। নিকৃষ্টতাৰ গহ্বৰত পতিত হয়।

Attribution
[رواه الترمذي والنسائي في الكبرى]
Categories
Share
Share hadeeth
Sharing options · 0 Total shares