HadeethEnc · 1.16.0
অভিভাৱক অবিহনে বিবাহ নহয়।
Available translations
Choose an available translation of this Hadeeth
01
Hadeeth text
আবু মুছা ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ অভিভাৱক অবিহনে বিবাহ নহয়।
02
Explanation
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে স্পষ্ট কৰিছে যে, অলী (অভিভাৱক) নোহোৱাকৈ নাৰীৰ বিবাহ শুদ্ধ নহয়, অলী হৈছে সেই ব্যক্তি, যাৰ হাতত নিকাহৰ বৈঠক অনুষ্ঠিত কৰাৰ অধিকাৰ আছে।
03
Benefits
বিবাহ শুদ্ধ হ'বলৈ অলী থকাটো বিবাহৰ চৰ্ত। যদি অলী নোহোৱাকৈ বিবাহ হয়, অথবা কোনো নাৰীয়ে যদি নিজেই বিয়া পাতি লয় তেন্তে সেই বিবাহ শুদ্ধ নহ'ব।
অভিভাৱক হৈছে নাৰীৰ আটাইতকৈ নিকটাত্মীয় পুৰুষ। এতেকে নিকটাত্মীয় পুৰুষ থকা অৱস্থাত দূৰাত্মীয় অভিভাৱকে তাইক বিবাহ দিব নোৱাৰে।
অলী হ'বলৈ চৰ্ত হৈছেঃ প্ৰাপ্তবয়স্ক হ'ব লাগিব, পুৰুষ হ'ব লাগিব, বিবাহৰ ভাল বেয়া দিশবোৰ বিবেচনা কৰিব পৰা হ'ব লাগিব, অলী আৰু মাওলাৰ ধৰ্ম একে হ'ব লাগিব। এইবোৰ বৈশিষ্ট্য যদি নাথাকে তেন্তে তেওঁ বিবাহৰ বৈঠক অনুষ্ঠিত কৰিবলৈ অলী হোৱাৰ যোগ্য নহয়।

Attribution
[(আবু দাঊদ, তিৰমিজী, ইবনে মাজাহ, আহমদ)]
Categories
Share
Share hadeeth
Sharing options · 0 Total shares