افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم.
#5497[ছহীহ]
HadeethEnc · 1.16.0

মহান আল্লাহে মোলৈ অহী কৰিছে যে, তোমালোকে পৰস্পৰে বিনয়ী হোৱা, কোনেও কাৰো প্ৰতি অহংকাৰ নকৰিবা, লগতে কোনেও কাৰো প্ৰতি সীমালংঘন নকৰিবা।

Available translations

Choose an available translation of this Hadeeth

01

Hadeeth text

ইয়াজ ইবনু হিমাৰ বনী মুজাশ্বিঈৰ ভাতৃ, তেওঁ কৈছেঃ এবাৰ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আমাৰ মাজত থিয় হৈ ভাষণ প্ৰদান কৰিলে। এই হাদীছটো এটা ডাঙৰ হাদীছৰ অংশ, তাত তেখেতে কৈছেঃ "মহান আল্লাহে মোলৈ অহী কৰিছে যে, তোমালোকে পৰস্পৰে বিনয়ী হোৱা, কোনেও কাৰো প্ৰতি অহংকাৰ নকৰিবা, লগতে কোনেও কাৰো প্ৰতি সীমালংঘন নকৰিবা।"
02

Explanation

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে চাহাবাসকলক সম্বোধন কৰি ভাষণ দিবলৈ থিয় হৈছিল আৰু তেখেতে ভাষণৰ মাজতে কৈছিল যে, মহান আল্লাহে তেওঁলৈ অহী প্ৰেৰণ কৰি কৈছে যে, মানুহে পৰস্পৰৰ মাজত যেন বিনয়ী হয়, অৰ্থাৎ সৃষ্টিৰ সন্মুখত যেন বাহু নত কৰে আৰু ভদ্ৰতা অৱলম্বন কৰে। যাতে কোনেও নিজৰ বংশ, ধন-সম্পদ আৰু বেলেগ কোনো ক্ষেত্ৰতে আনৰ ওপৰত মহত্ব তথা মান-মৰ্যাদা দাবী কৰি গৌৰৱ নকৰে, লগতে কোনেও যাতে কাৰো ওপৰত অহংকাৰ নকৰে।
03

Benefits

হাদীছটোত নম্ৰতা অৱলম্বন কৰিবলৈ আৰু মানুহৰ প্ৰতি অহংকাৰ নকৰিবলৈ উৎসাহিত কৰা হৈছে।
সীমালংঘন আৰু অহংকাৰ কৰিবলৈ নিষেধ কৰা হৈছে।
আল্লাহৰ প্ৰতি বিনয়ৰ দুটা অৰ্থ হ'ব পাৰে: ১. আল্লাহৰ দ্বীনৰ প্ৰতি নম্ৰ হোৱা, ইয়াক অস্বীকাৰ নকৰা বা ইয়াৰ বিধান পালনত অহংকাৰ নকৰা। ২. আল্লাহৰ সন্তুষ্টিৰ বাবে তেওঁৰ বান্দাৰ প্ৰতি নম্ৰ হোৱা, মানুহৰ ভয়ত বা সিহঁতৰ সম্পদৰ লোভত নহয়।

Attribution

[(মুছলিম)]

Categories

Share

Share hadeeth

Sharing options · 0 Total shares

Share

← Back to encyclopedia
Shopping Basket

Loading...