افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم.
#5495[ছহীহ]
HadeethEnc · 1.16.0

নিশ্চয় অত্যাধিক অভিশাপকাৰীসকলে কিয়ামতৰ দিনা সাক্ষীও হ'ব নোৱাৰিব আৰু ছুপাৰিছকাৰীও হ'ব নোৱাৰিব।

Available translations

Choose an available translation of this Hadeeth

01

Hadeeth text

আবু দাৰদা ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ তেখেতে কৈছেঃ "নিশ্চয় অত্যাধিক অভিশাপকাৰীসকলে কিয়ামতৰ দিনা সাক্ষীও হ'ব নোৱাৰিব আৰু ছুপাৰিছকাৰীও হ'ব নোৱাৰিব।"
02

Explanation

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, যিয়ে এনেকুৱা লোকক বেছি অভিশাপ কৰে যিজন অভিশাপৰ যোগ্য নহয়, তেনেকুৱা লোক হৈছে দুটা শাস্তিৰ উপযুক্ত। প্ৰথমঃ ৰাছুলসকলে নিজৰ নিজৰ উম্মতক পৌঁচাই দিয়া ৰিছালতৰ সপক্ষে কিয়ামতৰ দিনা যি সাক্ষ্য গ্ৰহণ কৰা হ'ব সেইদিনা এনেকুৱা লোকে সাক্ষ্য দিব নোৱাৰিব, আনকি পৃথিৱীতো এনেকুৱা লোকৰ সাক্ষ্য গ্ৰহণ কৰিব নালাগে। কাৰণ এনেকুৱা লোক পাপকৰ্মত লিপ্ত। লগতে আল্লাহৰ পথত শ্বহীদৰ মৰ্যাদাও লাভ নকৰিব। দ্বিতীয়ঃ কিয়ামতৰ দিনা মুমিনসকলে যেতিয়া জাহান্নামী হোৱা লোকৰ হৈ শ্বাফাআত কৰিব, তেতিয়া এই লোকসকলক সেই শ্বাফাআত কৰাৰ অধিকাৰো দিয়া নহ'ব।
03

Benefits

অভিশাপ কৰা হাৰাম, আনকি অত্যাধিক অভিশাপ কৰাটো হৈছে কাবীৰাহ গুনাহ বা মহাপাপ।
হাদীছটোত যি শাস্তিৰ কথা কোৱা হৈছে, সেইটো হৈছে সেই ব্যক্তিৰ ক্ষেত্ৰত যিয়ে অধিক অভিশাপ কৰে, কেৱল এবাৰ দুবাৰ কৰা ব্যক্তি ইয়াৰ অন্তৰ্ভুক্ত নহয়। লগতে বৈধ অভিশাপ এই বিধানৰ অন্তৰ্গত নহয়। উদাহৰণস্বৰূপে চৰীয়তে যিসকল বেয়া চৰিত্ৰৰ অধিকাৰী লোকক অভিশাপ কৰিছে কোনো ব্যক্তিক নিৰ্দিষ্ট নকৰাকৈ, যেনে কোৱা হৈছেঃ "ইয়াহুদী আৰু খ্ৰীষ্টানসকলৰ প্ৰতি আল্লাহৰ অভিসম্পাত হওক।" "অন্যায়কাৰীসকলৰ প্ৰতি আল্লাহৰ অভিসম্পাত।" "ছবি অংকনকাৰীসকলৰ প্ৰতি আল্লাহৰ অভিসম্পাত।" "লুত সম্প্ৰদায়ৰ দৰে ঘৃণনীয় কৰ্মত লিপ্ত লোকৰ প্ৰতি আল্লাহৰ অভিসম্পাত।" "আল্লাহৰ বাহিৰে আনৰ নামত জবেহ কৰা লোকৰ প্ৰতি আল্লাহৰ অভিসম্পাত।" "পুৰুষসকলৰ পোছাক পৰিধান কৰা নাৰীৰ ওপৰত আৰু নাৰীসকলৰ পোছাক পৰিধান কৰা পুৰুষসকলৰ ওপৰত আল্লাহৰ অভিসম্পাত হওক।"
এই কথাৰ প্ৰমান পোৱা গ'ল যে, কিয়ামতৰ দিনা মুমিনসকলেও শ্বাফাআত কৰাৰ সুযোগ লাভ কৰিব।

Attribution

[(মুছলিম)]

Categories

Share

Share hadeeth

Sharing options · 0 Total shares

Share

← Back to encyclopedia
Shopping Basket

Loading...