افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم.
#5354[ছহীহ]
HadeethEnc · 1.16.0

যিয়ে কল্যাণৰ কামত কাৰোবাক পথ দেখুৱায়, তেওঁ সিমানেই ছোৱাব লাভ কৰিব, যিমানখিনি ছোৱাব আমলকাৰীয়ে পাব

Available translations

Choose an available translation of this Hadeeth

01

Hadeeth text

আবু মাছঊদ আল-আনচাৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ এজন ব্যক্তি নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ ওচৰলৈ আহি ক'লে, মোৰ বাহন ধ্বংস হৈ গৈছে, আপুনি মোক এটি বাহন প্রদান কৰক। তেখেতে ক'লে: “মোৰ ওচৰত তেনেকুৱা একো নাই।” তেতিয়া আন এজন ব্যক্তিয়ে ক'লে, হে আল্লাহৰ ৰাছুল! মই এওঁক এনেকুৱা এজন ব্যক্তিৰ সন্ধান দিব পাৰোঁ যিয়ে এওঁক বাহন যোগান ধৰিব পাৰিব। এই কথা শুনি ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামে ক'লে: “যিয়ে কল্যাণৰ কামত কাৰোবাক পথ দেখুৱায়, তেওঁ সিমানেই ছোৱাব লাভ কৰিব, যিমানখিনি ছোৱাব আমলকাৰীয়ে পাব।”
02

Explanation

এজন ব্যক্তি নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ ওচৰত উপস্থিত হৈ ক'লে, মোৰ বাহন ধ্বংস হৈছে। গতিকে পৰিবহণৰ বাবে আপুনি মোক এটি পশু দিয়ক, যিটোক মই বাহন হিচাপে ব্যৱহাৰ কৰি মোৰ গন্তব্য স্থানলৈ যাব পাৰোঁ। নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামে অপাৰগতা প্রকাশ কৰি ক'লে যে, তেখেতৰ ওচৰত এনেকুৱা কোনো বাহন নাই যিটোক সি পৰিবহণ হিচাপে ব্যৱহাৰ কৰিব পাৰিব। তেতিয়া উপস্থিত এজন ব্যক্তিয়ে ক'লে, হে আল্লাহৰ ৰাছুল! মই এওঁক এনেকুৱা এজন ব্যক্তিৰ সন্ধান দিব পাৰোঁ, যিয়ে এওঁক বাহন যোগান ধৰিব পাৰিব। তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামে সেই ব্যক্তিজনক এই কথা জনালে যে, তেৱোঁ দানকাৰী ব্যক্তিৰ সমানেই ছোৱাব লাভ কৰিব, কাৰণ তেওঁ এজন অভাৱী ব্যক্তিক তাৰ প্রয়োজন পূৰণৰ সন্ধান দিছে।
03

Benefits

কল্যাণকৰ বিষয়ৰ সন্ধান দিবলৈ উৎসাহিত কৰা হৈছে।
হাদীছটোত সৎকৰ্ম কৰিবলৈ উৎসাহিত কৰা হৈছে, আৰু এইটো হৈছে মুছলিম সমাজৰ যৌথ দায়িত্বভাৰ গ্রহণ কৰা আৰু ইজনে সিজনৰ সম্পূৰকতাৰ অন্যতম কাৰণ।
মহান আল্লাহৰ অনুগ্রহ সুপ্ৰশস্ত হোৱাৰ প্রমাণ।
এই হাদীছটো হৈছে ব্যাপক মূলনীতি নিৰ্ধাৰণকাৰী এটা হাদীছ, সকলো প্রকাৰৰ কল্যাণকৰ কাম ইয়াৰ অন্তৰ্ভুক্ত।
যদি কোনো ব্যক্তিয়ে কোনো সহায়প্ৰাৰ্থীৰ অভাৱ পূৰণ কৰিবলৈ সক্ষম নহয়, তেন্তে তেওঁ এনেকুৱা কোনো ব্যক্তিৰ সংংবাদ দিয়া উচিত যিয়ে তাৰ অভাৱ পূৰণ কৰিব পাৰিব।

Attribution

[(মুছলিম)]

Categories

Share

Share hadeeth

Sharing options · 0 Total shares

Share

← Back to encyclopedia
Shopping Basket

Loading...