افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم.
#4559[ছহীহ]
HadeethEnc · 1.16.0

অতীতৰ নবীসকলৰ পৰা মানুহে এই কথা জানিব পাৰিছে যে, যদি তোমাৰ লাজ নাথাকে তেনেহ’লে যি ইচ্ছা সেইটোৱে কৰা।

Available translations

Choose an available translation of this Hadeeth

01

Hadeeth text

আবু মাছউদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "অতীতৰ নবীসকলৰ পৰা মানুহে এই কথা জানিব পাৰিছে যে, যদি তোমাৰ লাজ নাথাকে তেনেহ’লে যি ইচ্ছা সেইটোৱে কৰা।"
02

Explanation

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত পূৰ্বৱৰ্তী নবীসকলৰ উপদেশ উল্লেখ কৰিছে। যিটো উপদেশ মানুহে যুগে যুগে পৰস্পৰে পৰস্পৰক আদান প্ৰদান কৰিছিল। অৱশেষত সেই উপদেশ এই উম্মতৰ প্ৰথম সময়ছোৱাত আহি পাইছে। সেয়া হৈছে এই যে, তুমি কৰিব বিচৰা কামটোৰ পিনে চোৱা, যদি সেইটো কোনো লাজ পাবলগীয়া বিষয় নহয় তেন্তে সেইটো কৰা। আনহাতে যদি সেই কামটো এনেকুৱা হয় যে, সেইটো কৰিলে লাজ পাবলগীয়া হ'ব পাৰে তেন্তে সেইটো নকৰিবা। কাৰণ লাজেই মানুহক বেয়া কামৰ পৰা বিৰত ৰাখে। এতেকে যদি লাজ নাইকিয়া হৈ যায় তেন্তে মানুহে সকলো প্ৰকাৰৰ অশ্লীল কৰ্ম কৰাত কোনো কুণ্ঠাবোধ নকৰে।
03

Benefits

উৎকৃষ্ট চৰিত্ৰৰ মূল হৈছে হায়া বা লাজ।
লাজ হৈছে নবীসকলৰ অন্যতম এটা বৈশিষ্ট্য। তেওঁলোকৰ বিখ্যাত উক্তিবোৰৰ ভিতৰত এইটো হৈছে অন্যতম।
হায়াই এজন মুছলিম ব্যক্তিক ভাল আৰু শোভা বঢ়োৱা কাম কৰিবলৈ উৎসাহিত কৰে, আৰু অশ্লীল তথা লজ্জাজনক কামৰ পৰা বিৰত ৰাখে।
ইমাম নাৱাৱীয়ে কৈছেঃ ইয়াত অনুমতি প্ৰদান কৰা হৈছে, অৰ্থাৎ যদি আপুনি এনেকুৱা কোনো কাম কৰিব বিচাৰে যিটো কৰিলে আপুনি আল্লাহৰ সন্মুখত আৰু মানুহৰ সন্মুখত লাজ পাবলগীয়া নহয় তেনেকুৱা কাম কৰক, অন্যথা নকৰিব। ইয়াৰ ওপৰতে ইছলাম প্ৰতিষ্ঠিত। ইয়াৰ অৰ্থ এই যে, যিটো কাম কৰিবলৈ নিৰ্দেশ দিয়া হৈছে সেইটো হৈছে বাধ্যতামূলক। আনহাতে মান্দুব তথা পছন্দনীয় কাম হৈছে সেইটো যিটো পৰিত্যাগ কৰাটো হৈছে লাজৰ বিষয়। এইদৰে নিষেধকৃত কামবোৰ হৈছে হাৰাম, আৰু যিটো কাম কৰাটো লাজৰ বিষয় সেইটো হৈছে মকৰূহ বা অপছন্দনীয়। পক্ষান্তৰে মুবাহ হৈছে যিটো কৰাও বৈধ আৰু পৰিত্যাগ কৰাও বৈধ। গতিকে হাদীছটোত পাঁচটা বিধান অন্তৰ্ভুক্ত আছে। কিছুমানে কৈছেঃ ইয়াত সকীয়নি প্ৰদান কৰা হৈছে। ইয়াৰ অৰ্থ হৈছেঃ যদি আপোনাৰ পৰা হায়া আঁতৰাই দিয়া হয় তেন্তে আপুনি যি ইচ্ছা সেইটোৱে কৰিব পাৰে। এনেকুৱা হ'লে আল্লাহে আপোনাক শাস্তি বিহিব। কিছুমানে কৈছে, এই আদেশ সংবাদ হিচাপে দিয়া হৈছে যে, যদি কাৰোবাৰ হায়া নাথাকে তেন্তে সি যি ইচ্ছা সেইটোৱে কৰে।

Attribution

[(বুখাৰী)]

Categories

Share

Share hadeeth

Sharing options · 0 Total shares

Share

← Back to encyclopedia
Shopping Basket

Loading...