افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم.
#4545[ছহীহ]
HadeethEnc · 1.16.0

মই দেখি আছোঁ শেষৰ সাত ৰাতি সম্পৰ্কে তোমালোকৰ সপোনবোৰৰ মাজত মিল আছে। গতিকে শুনা! যিয়ে ইয়াক অনুসন্ধান কৰিব বিচাৰে, তেওঁ শেষৰ সাত ৰাতিত অনুসন্ধান কৰা উচিত।

Available translations

Choose an available translation of this Hadeeth

01

Hadeeth text

ইবনে ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ কেইজনমান চাহাবাই সপোনত দেখা পালে যে, লাইলাতুল ক্বদ্ৰ হৈছে শেষৰ সাত ৰাতিত। তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "মই দেখি আছোঁ শেষৰ সাত ৰাতি সম্পৰ্কে তোমালোকৰ সপোনবোৰৰ মাজত মিল আছে। গতিকে শুনা! যিয়ে ইয়াক অনুসন্ধান কৰিব বিচাৰে, তেওঁ শেষৰ সাত ৰাতিত অনুসন্ধান কৰা উচিত।"
02

Explanation

নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ কিছুমান চাহাবাই সপোনত দেখা পাইছিল যে, লাইলাতুল ক্বদ্ৰ হ'ব ৰমাজান মাহৰ শেষৰ সাত ৰাতিত। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁলোকক কৈছিলঃ মই দেখি আছোঁ, ৰমাজানৰ শেষ সাত ৰাতি সম্পৰ্কীয় বিষয়টোত তোমালোকৰ সপোনবোৰ মিলিছে। গতিকে যিয়ে এই ৰাতিটো পাব বিচাৰে তথা এইটো পোৱাৰ বাবে আগ্ৰহী, তেওঁ এই সাতটা ৰাতিত বেছি বেছি নেক আমল কৰা উচিত, কাৰণ এই সাতটা ৰাতিত ইয়াক বিচাৰি পোৱাৰ সম্ভাৱনা অধিক। এতেকে এই ৰাতি আৰম্ভ হয় ৰমাজান মাহৰ চৌবিশ তাৰিখৰ পৰা, যদি ৰমাজান মাহ ত্ৰিছ দিনীয়া হয়। আনহাতে যদি ঊনত্ৰিশ দিনীয়া হয় তেন্তে এইটো আৰম্ভ হয় তেইশ তাৰিখৰ পৰা।
03

Benefits

হাদীছটোত লাইলাতুল ক্বদৰৰ ফজীলত বৰ্ণিত হৈছে, আৰু ইয়াৰ অনুসন্ধানৰ প্ৰতি উৎসাহিত কৰা হৈছে।
মহান আল্লাহে তেওঁৰ হিকমত আৰু ৰহমতৰ জৰিয়তে এই ৰাতিটোক গোপন ৰাখিছে, যাতে মানুহে এইটো পাবলৈ ইবাদতত অধিক মনোযোগ দিয়ে, লগতে যাতে তেওঁলোকৰ ছোৱাব বৃদ্ধি হয়।
ৰমাজানৰ শেষ দশকত আছে লাইলাতুল ক্বদৰ, বিশেষকৈ শেষৰ সাত ৰাতিত ইয়াৰ সম্ভাৱনা অধিক।
লাইলাতুল ক্বদৰ হৈছে ৰমাজানৰ শেষ দহ দিনৰ যিকোনো এটা ৰাতি। যিটো ৰাতিত সৰ্বশক্তিমান আল্লাহে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত কোৰআন অৱতীৰ্ণ কৰিছে। সেই কাৰণে বৰকত আৰু মহত্বৰ দিশত তথা নেক আমলৰ প্ৰভাৱৰ দিশৰ পৰা এই ৰাতিটো হৈছে এহেজাৰ মাহতকৈও উত্তম।
(ليلة القدْر) এই ৰাতিটোৰ নাম হৈছে লাইলাতুল ক্বদ্ৰ, আৰবীত দাল আখৰৰ ওপৰত ছুকুনৰ সৈতে পঢ়িব লাগে। ইয়াৰ এটা অৰ্থ হৈছে সন্মানীয়, যেনে কোৱা হয় فلان عظيم القدر অমুক ব্যক্তিজন মহা সন্মানীয় ব্যক্তি। ইয়াত লাইলা শব্দটোক বিশেষ্য হিচাপে উল্লেখ কৰা হৈছে, গতিকে লাইলাতুল ক্বদ্ৰৰ অৰ্থ হ'ব, সন্মানীয় ৰাতি, অৰ্থাৎ এই ৰাতিটোৰ সন্মান তথা মৰ্যাদা অনেক। যেনে পৱিত্ৰ কোৰআনত আল্লাহে কৈছেঃ ﴿ إِنَّا أَنْزَلْنَاهُ فِي لَيْلَةٍ مُبَارَكَةٍ ﴾ [الدخان: 3] অৰ্থঃ নিশ্চয় আমি এইখন অৱতীৰ্ণ কৰিছোঁ বৰকতময় ৰাতিত। (ছুৰা আদ-দুখানঃ ৩) ইয়াৰ আন এটা অৰ্থ হৈছে তাক্বদীৰ। তেতিয়া ইয়াৰ অৰ্থ হব, এনেকুৱা এটা ৰাতি যি ৰাতিত বছৰটোত হ'বলগীয়া অৱস্থা তথা কাৰ্যপন্থা নিৰ্ধাৰণ কৰা হয়। ﴿ فِيهَا يُفْرَقُ كُلُّ أَمْرٍ حَكِيمٍ ﴾ [الدخان: 4] অৰ্থঃ "সেই ৰাতিত প্ৰত্যেক চূড়ান্ত সিদ্ধান্ত স্থিৰ কৰা হয়।" (ছুৰা আদ-দুখানঃ ৪)

Attribution

[(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})]

Categories

Share

Share hadeeth

Sharing options · 0 Total shares

Share

← Back to encyclopedia
Shopping Basket

Loading...