افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم.
#4304[ছহীহ]
HadeethEnc · 1.16.0

যেতিয়া কোনো দুজন মুছলিম ব্যক্তি তৰোৱাল লৈ ইজনে সিজনৰ মুখামুখী হয়, তেতিয়া (জানি থবা) হত্যাকাৰী আৰু নিহত উভয় ব্যক্তিয়েই হৈছে জাহান্নামী।

Available translations

Choose an available translation of this Hadeeth

01

Hadeeth text

আবু বাকৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ তেখেতে কৈছেঃ "যেতিয়া কোনো দুজন মুছলিম ব্যক্তি তৰোৱাল লৈ ইজনে সিজনৰ মুখামুখী হয়, তেতিয়া (জানি থবা) হত্যাকাৰী আৰু নিহত উভয় ব্যক্তিয়েই হৈছে জাহান্নামী।" মই সুধিলোঁ, হে আল্লাহৰ ৰাছুল! হত্যাকাৰী জাহান্নামত যাব (এইটো বাৰু বুজিলোঁ) কিন্তু নিহত ব্যক্তি কিয় জাহান্নামত যাব? তেখেতে ক'লেঃ "কাৰণ সিও প্ৰতিপক্ষক হত্যা কৰিবলৈ ইচ্ছুক আছিল।"
02

Explanation

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, যেতিয়া দুজন মুছলিম ব্যক্তিয়ে ইজনে সিজনক তৰোৱালেৰে হত্যা কৰিবলৈ মুখামুখী হয়, তেতিয়া হত্যাকাৰী এই কাৰণে জাহান্নামত যাব যে, সি হত্যা কৰিছে। কিন্তু নিহত ব্যক্তিও জাহান্নামত যোৱা কথাটো চাহাবাসকলৰ বোধগম্য নোহোৱাত তেওঁলোকে প্ৰশ্ন কৰিলে, নিহত ব্যক্তি কেনেকৈ জাহান্নামত যাব? তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাই দিলে যে, সিও প্ৰতিপক্ষক হত্যা কৰিবলৈ সিমানেই আগ্ৰহী আছিল, হত্যাকাৰীয়ে আগতে পদক্ষেপ লোৱাৰ কাৰণেহে সি হত্যা কৰিব পৰা নাছিল।
03

Benefits

যিয়ে অন্তৰেৰে গুনাহৰ নিয়্যত কৰিছে আৰু সেইটো প্ৰতিফলিত কৰিবলৈও উপায় অৱলম্বন কৰিছে তেন্তে সি শাস্তিৰ উপযুক্ত।
মুছলিমসকলক পৰস্পৰে কাজিয়া কৰিবলৈ কঠোৰভাৱে নিষেধ কৰিছে আৰু জাহান্নামৰ সতৰ্কবাণী প্ৰদান কৰিছে।
সত্য প্ৰতিষ্ঠা কৰিবলৈ মুছলিমসকলৰ মাজত হোৱা যুদ্ধ ইয়াৰ অন্তৰ্ভুক্ত নহয়, যেনে- বিদ্ৰোহীসকলৰ সৈতে কৰা যুদ্ধ আৰু বিপৰ্যয় সৃষ্টিকাৰীসকলৰ সৈতে কৰা যুদ্ধ।
কেৱল কাবীৰাহ গুনাহ কৰিলেই কোনো এজন ব্যক্তি কাফিৰ বুলি গণ্য নহয়, কিয়নো হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে পৰস্পৰে যুদ্ধ কৰা দুয়োজন ব্যক্তিকেই মুছলিম বুলি উল্লেখ কৰিছে।
যি অস্ত্ৰৰ জৰিয়তেই দুজন মুছলিম ব্যক্তি মুখামুখী নহওক কিয়, ইজনে সিজনক হত্যা কৰিলে উভয়েই জাহান্নামী হ'ব। হাদীছত তৰোৱালৰ কথাটো কেৱল উদাহৰণ দিয়াৰ উদ্দেশ্যেহে উল্লেখ হৈছে।

Attribution

[(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})]

Categories

Share

Share hadeeth

Sharing options · 0 Total shares

Share

← Back to encyclopedia
Shopping Basket

Loading...