افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم.
#3791[অন্যান্য হাদীছৰ সমৰ্থনত হাছান]
HadeethEnc · 1.16.0

যিটো ৰাতিত মোক মিৰাজৰ বাবে লৈ যোৱা হৈছিল, সেই ৰাতিত মই ইব্ৰাহীম আলাইহিচ্ছালামক লগ পাইছিলোঁ। তেতিয়া তেখেতে মোক কৈছিলঃ হে মুহাম্মদ! আপোনাৰ উম্মতক মোৰ ফালৰ পৰা ছালাম দিব, আৰু তেওঁলোকক জনাই দিব যে, জান্নাতৰ মাটি খুবেই সুগন্ধি সমৃদ্ধ, আৰু তাৰ পানী অত্যন্ত মিঠা সোৱাদযুক্ত

Available translations

Choose an available translation of this Hadeeth

01

Hadeeth text

ইবনে মাছউদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যিটো ৰাতিত মোক মিৰাজৰ বাবে লৈ যোৱা হৈছিল, সেই ৰাতিত মই ইব্ৰাহীম আলাইহিচ্ছালামক লগ পাইছিলোঁ। তেতিয়া তেখেতে মোক কৈছিলঃ হে মুহাম্মদ! আপোনাৰ উম্মতক মোৰ ফালৰ পৰা ছালাম দিব, আৰু তেওঁলোকক জনাই দিব যে, জান্নাতৰ মাটি খুবেই সুগন্ধি সমৃদ্ধ, আৰু তাৰ পানী অত্যন্ত মিঠা সোৱাদযুক্ত, লগতে জান্নাত হৈছে সমতল ভূমি, আৰু ইয়াৰ গছ-গছনি হৈছে ছুবহানাল্লাহ, অলহাম্দুলিল্লাহ, অলা ইলাহা ইল্লাল্লাহ, অল্লাহু আকবাৰ।"
02

Explanation

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, তেখেতে ইছৰা আৰু মিৰাজৰ ৰাতি ইব্ৰাহীম আলাইহিচ্ছালামক লগ পাইছিল। ইব্ৰাহীম আলাইহিচ্ছালামে তেখেতক কৈছিল, হে মুহাম্মদ! মোৰ ফালৰ পৰা আপুনি আপোনাৰ উম্মতক ছালাম পৌঁচাই দিব আৰু তেওঁলোকক জনাই দিব যে, জান্নাতৰ ভূমি হৈছে অত্যন্ত সুগন্ধি সমৃদ্ধ, ইয়াৰ পানী হৈছে খুবেই মিঠা সোৱাদযুক্ত, নিমখযুক্ত নহয়। জান্নাতৰ ভূমি হৈছে সমতল, তাত কোনো গছ-গছনি নাই। পৱিত্ৰ কলিমাবোৰ হব ইয়াৰ গছ-গছনি, সেইবোৰেই হৈছে চিৰস্থায়ী নেকী। যেনে- ছুবহানাল্লাহ, অলহাম্দুলিল্লাহ, অলা ইলাহা ইল্লাল্লাহ, অল্লাহু আকবাৰ। মুছলিম ব্যক্তিয়ে যেতিয়াই এইবোৰ কলিমা পাঠ কৰে, তেতিয়াই তাৰ বিপৰীতে জান্নাতত একোটাকৈ গছ ৰোপণ হয়।
03

Benefits

জান্নাতত বেছি বেছি গছ ৰোপণ কৰিবলৈ সদায় জিকৰ-আজকাৰ পাঠ কৰিবলৈ উৎসাহিত কৰা হৈছে।
ইছলামী উম্মতৰ ফজীলত। কাৰণ এই উম্মতক ইব্ৰাহীম আলাইহিচ্ছালামে ছালাম প্ৰেৰণ কৰিছে।
ইব্ৰাহীম আলাইহিচ্ছালামে উম্মতে মুহাম্মদীক বেছি বেছি আল্লাহৰ জিকৰ-আজকাৰ কৰিবলৈ উৎসাহিত কৰিছে।
ত্বীবী ৰাহিমাহুল্লাহে কৈছেঃ জান্নাত হৈছে সমতল ভূমি। মহান আল্লাহে নিজ অনুগ্ৰহত জান্নাতৰ গছ-গছনি আৰু অট্টালিকাবোৰ নিৰ্মাণ কৰিছে মানুহৰ আমল অনুযায়ী। প্ৰতিজন আমলকাৰীৰ বাবে তাৰ আমল অনুযায়ী ঠাই পাব। এতেকে মহান আল্লাহে যাক যিটো প্ৰতিদান দিবলৈ সৃষ্টি কৰিছে, তাৰ বাবে সেই কাম সহজ কৰিব দিব, উদাহৰণস্বৰূপে সেইবোৰ গছ ৰোপণ কৰিবলৈ সুবিধা কৰি দিব।

Attribution

[(তিৰমিজী)]

Categories

Share

Share hadeeth

Sharing options · 0 Total shares

Share

← Back to encyclopedia
Shopping Basket

Loading...