افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم.
#10974[ছহীহ]
HadeethEnc · 1.16.0

তেখেত কেতিয়াও অশ্লীলভাষী নাছিল, আৰু বেয়া ব্যৱহাৰো কৰা নাছিল, লগতে তেখেতে কেতিয়াও বজাৰত চিঞৰ বাখৰ কৰা নাছিল, এইদৰে তেখেতে কেতিয়াও অন্যায়ৰ প্ৰতিশোধ অন্যায়ৰ দ্বাৰা লোৱা নাছিল। বৰং তেখেতে ক্ষমা কৰিছিল আৰু মাফ কৰি দিছিল।

Available translations

Choose an available translation of this Hadeeth

01

Hadeeth text

আবু আব্দিল্লাহ আল-জাদালীয়ে কৈছেঃ উম্মুল মু'মিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাক মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ চৰিত্ৰ সম্পৰ্কে সোধাত তেওঁ কৈছেঃ "তেখেত কেতিয়াও অশ্লীলভাষী নাছিল, আৰু বেয়া ব্যৱহাৰো কৰা নাছিল, লগতে তেখেতে কেতিয়াও বজাৰত চিঞৰ বাখৰ কৰা নাছিল, এইদৰে তেখেতে কেতিয়াও অন্যায়ৰ প্ৰতিশোধ অন্যায়ৰ দ্বাৰা লোৱা নাছিল। বৰং তেখেতে ক্ষমা কৰিছিল আৰু মাফ কৰি দিছিল।"
02

Explanation

মই উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাক নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ আখলাক্ব সম্পৰ্কে প্ৰশ্ন কৰাত তেওঁ কৈছেঃ তেখেতৰ স্বভাৱত কোনো ধৰণৰ অশ্লীলতা নাছিল, কথাৰ দ্বাৰাই হওক বা কৰ্মৰ দ্বাৰা তেখেতে কেতিয়াও বেয়া ব্যৱহাৰ কৰা নাছিল। হাট-বজাৰত তেখেতে কেতিয়াও চিঞৰ বাখৰ কৰা নাছিল। এইদৰে তেখেতে কেতিয়াও অন্যায়ৰ প্ৰতিশোধ অন্যায়ৰ দ্বাৰা লোৱা নাছিল। প্ৰয়োজন হ'লে তেখেতে উত্তম পন্থাৰে প্ৰতিশোধ লৈছিল, আৰু আন্তৰিকতাৰে ক্ষমা কৰি দিছিল, লগতে প্ৰকাশ্যভাৱে আওকাণ কৰিছিল।
03

Benefits

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৰ্বোচ্চ মহান চৰিত্ৰৰ বৰ্ণনা আহিছে। তেখেত বেয়া চৰিত্ৰৰ পৰা বহু দূৰৈত অৱস্থান কৰিছিল।
সজচৰিত্ৰ অৱলম্বন কৰিবলৈ উৎসাহিত কৰা হৈছে আৰু অসৎ চৰিত্ৰৰ পৰা দূৰত্ব অৱলম্বন কৰিবলৈ অনুপ্ৰেৰণা দিয়া হৈছে।
বেয়া কথা অশ্লীল ভাষা তথা কটুবাক্য ব্যৱহাৰ কৰাক নিন্দা কৰা হৈছে।
মানুহৰ সৈতে উচ্চস্বৰে কথা কোৱা আৰু সিহঁতৰ প্ৰতি চিঞৰ বাখৰ কৰাক ভৰ্ৎসনা কৰা হৈছে।
অন্যায়ক উত্তম পন্থাৰে প্ৰতিহত কৰিবলৈ উৎসাহিত কৰা হৈছে, লগতে ক্ষমা আৰু মাৰ্জনা কৰিবলৈ প্ৰেৰণা দিয়া হৈছে।

Attribution

[(তিৰমিজী, আহমদ)]

Categories

Share

Share hadeeth

Sharing options · 0 Total shares

Share

← Back to encyclopedia
Shopping Basket

Loading...