96 ইছলাম اللغة الآسامية

96 اسامية الآسامية ইছলাম আচ-ছুন্নাহ মহাবিদ্যালয়, তত্ত্বাৱধানত ড° হাইছাম ছাৰহান
اللغة الآسامية

YouTube

https://www.youtube.com/@MAHADSUNNAH

Facebook

ইছলাম আচ-ছুন্নাহ মহাবিদ্যালয়

Telegram

https://t.me/sarhanh96

site
sarhaan.com

📚

https://bit.ly/43S2W63

معہد السنہ زیر نگرانی : ڈاکٹر ہیثم سرحان
mahadsunnah.com

মৌলিক তিনিটা বিষয়

মৌলিক তিনিটা বিষয়

Share this book                  الأصول الثلاثة : মৌলিক তিনিটা বিষয় من ربك؟ তোমাৰ প্ৰতিপালক কোন? ربي الله মোৰ প্ৰতিপালক হৈছে আল্লাহ ما دينك؟ তোমাৰ দ্বীন বা ধৰ্মকি? ديني الإسلام মোৰ ধৰ্ম হৈছে ইছলাম من نبيك؟ তোমাৰ নবী কোন? نبي محمد صلى الله عليه وسلم মোৰ নবী হৈছে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম MAHADSUNNAH.COM Asamiya অসমীয়া o laaul […]

মৌলিক তিনিটা বিষয় Read More »

লা ইলাহা ইল্লাল্লাহৰ সাক্ষ্য দিয়াৰ অৰ্থ কি?

লা ইলাহা ইল্লাল্লাহৰ সাক্ষ্য দিয়াৰ অৰ্থ কি?

Share this book                  ما معنى شهادة أن لا إله إلا الله؟ معنى الشهادتين: লা ইলাহা ইল্লাল্লাহৰ সাক্ষ্য দিয়াৰ অৰ্থ কি? أي لا معبود بحق إلا الله ইয়াৰ অৰ্থ হৈছে আল্লাহৰ বাহিৰে কোনো সত্য উপাস্য নাই وما معنى شهادة أن محمدا عبده ورسوله ؟ মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম আল্লাহৰ বান্দা আৰু তেওঁৰ ৰাছুল এই সাক্ষ্য দিয়াৰ

লা ইলাহা ইল্লাল্লাহৰ সাক্ষ্য দিয়াৰ অৰ্থ কি? Read More »

ঈমানৰ আৰকান হৈছে ছয়টা

ঈমানৰ আৰকান হৈছে ছয়টা

Share this book                  ঈমানৰ আৰকান হৈছে ছয়টা أن تؤمن بالله আল্লাহৰ প্ৰতি ঈমান পোষণ কৰা وملائكته ফিৰিস্তাসকলৰ প্ৰতি ঈমান পোষণ কৰা وكتبه আল্লাহে অৱতীৰ্ণ কৰাকিতাবসমূহৰ প্ৰতি ঈমান পোষণকৰা ورسله তেওঁৰ ৰাছুলসকলৰ প্ৰতিঈমান পোষণকৰা واليوم الآخر শেষদিৱসৰ প্ৰতি ঈমান পোষণ কৰা وأن تؤمن بالقدر خيره وشره লগতেভাগ্যৰ প্ৰতিঈমান পোষণ কৰা,ভালহওকবা বেয়া MAHADSUNNAH.COM SARHAAN.COM

ঈমানৰ আৰকান হৈছে ছয়টা Read More »

তাওহীদৰ প্ৰকাৰসমূহ

তাওহীদৰ প্ৰকাৰসমূহ

Share this book                  তাওহীদৰ প্ৰকাৰসমূহ তাওহীদ ফলক: অসমীয়া ভাষাৰ ফলক…, প্ৰস্তুত শ্বাইখ ড° হাইছাম ছাৰহান৷ ইয়াত তেখেতে তাওহীদৰ প্ৰকাৰ তিনিটা উল্লেখ কৰিছে৷ লগতে প্ৰতিটো প্ৰকাৰৰে সংজ্ঞা উল্লেখ কৰিছে৷ দ্বীন ইছলামৰ পৰ্যায়সমূহ বৰ্ণনা কৰিছে৷ এইদৰে প্ৰতিটো পৰ্যায়ৰে আৰকানসমূহ উল্লেখ কৰিছে৷ হাৰাম বা নিষিদ্ধ কৰ্মৰ প্ৰকাৰসমূহ উল্লেখ কৰিছে৷ প্ৰত্যেকটো প্ৰকাৰৰে উদাহৰণ আৰু তাৰ বিধান বৰ্ণনা কৰিছে৷

তাওহীদৰ প্ৰকাৰসমূহ Read More »

মই ইছলামত কেনেকে প্ৰনেশ েৰিম?

মই ইছলামত কেনেকে প্ৰনেশ েৰিম?

Share this book                  (ইছলামত কেনেকৈ প্ৰৱেশ কৰিব পাৰি):ড° হাইছাম ছাৰহানৰ এইটো এটা ইল্মী ধাৰাবাহিকতা, য’ত তেওঁ প্ৰশ্নোত্তৰৰ ৰূপত আটাইতকৈ গুৰুত্বপূৰ্ণ চৰীয়তি বিষয়সমূহ আলোচনা কৰে। এই পৰ্বটোত তেওঁ ইছলামত প্ৰৱেশ কৰাৰ পদ্ধতি আৰু এজন ব্যক্তি কেনেকৈ মুছলিম হ’ব পাৰে সেই বিষয়টো আলোচনা কৰিছে? লগতে ইছলাম গ্ৰহণ কৰাৰ পিছত কৰণীয় কি কি আছে? এইদৰে নতুন মুছলমান এজনৰ

মই ইছলামত কেনেকে প্ৰনেশ েৰিম? Read More »

(নুবুওৱতৰ প্ৰমাণিকতা) আৰু (নুবুওৱতৰ প্ৰতীক) J ـ আল কোৰআনুল কাৰীম

Share this book                  (নুবুওৱতৰ প্ৰমাণিকতা) আৰু (নুবুওৱতৰ প্ৰতীক) আল কোৰআনুল কাৰীম ইয়াহয়া ইবনে আখথামে কৈছে: যি সময়ত মামুন আমিৰ আছিল তেতিয়া তেওঁ এখন পৰিষদৰ সভাৰ আয়োজন কৰিলে। সেই সভাত এজন ইয়াহুদী ব্যক্তিও উপস্থিত আছিল। তেওঁৰ শৰীৰত সুন্দৰ সাজ-পোছাক আছিল আৰু ভাল সুগন্ধিও ব্যৱহাৰ কৰিছিল। সেই ইয়াহুদীজনে বাকপটুতাৰে কথা কৈছিল। য়াহয়া বিন আখথামে কৈছেঃ যেতিয়া সমাৱেশ

(নুবুওৱতৰ প্ৰমাণিকতা) আৰু (নুবুওৱতৰ প্ৰতীক) J ـ আল কোৰআনুল কাৰীম Read More »

Scroll to Top