المسد
Al-Masad
The Palm Fiber
1 - Al-Masad (The Palm Fiber) - 001
تَبَّتۡ يَدَآ أَبِي لَهَبٖ وَتَبَّ
ধ্বংস হওক আবু লাহাবৰ দুয়ো হাত আৰু সি নিজেও ধ্বংস হওক।
2 - Al-Masad (The Palm Fiber) - 002
مَآ أَغۡنَىٰ عَنۡهُ مَالُهُۥ وَمَا كَسَبَ
তাৰ ধন-সম্পদ আৰু তাৰ উপাৰ্জন তাৰ কোনো কামত নাহিল।
3 - Al-Masad (The Palm Fiber) - 003
سَيَصۡلَىٰ نَارٗا ذَاتَ لَهَبٖ
অতিশীঘ্ৰেই সি লেলিহান জুইত পতিত হ’ব।
4 - Al-Masad (The Palm Fiber) - 004
وَٱمۡرَأَتُهُۥ حَمَّالَةَ ٱلۡحَطَبِ
আৰু তাৰ স্ত্ৰীও- যিজনীয়ে ইন্ধন বহন কৰে,
5 - Al-Masad (The Palm Fiber) - 005