কোনো মহিলাই তিনি দিনতকৈ বেছি সময় মৃত ব্যক্তিৰ বাবে শোক পালন (ইহদাদ) কৰিব নোৱাৰিব—কেৱল স্বামীৰ বাবেহে চাৰি মাহ দহ দিন শোক পালন কৰিব।
উম্মে আতিয়্যা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "কোনো মহিলাই তিনি দিনতকৈ বেছি সময় মৃত ব্যক্তিৰ বাবে শোক পালন (ইহদাদ) কৰিব নোৱাৰিব—কেৱল স্বামীৰ বাবেহে চাৰি মাহ দহ দিন শোক পালন কৰিব। ইয়াৰ উপৰিও (য়ামানত প্ৰস্তুতকৃত ৰঙীন কাপোৰৰ…
Read hadeeth
2Views
0Cards
0Shares

