افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم.
#8948[ছহীহ]
HadeethEnc · 1.16.0

এই মছজিদবোৰ প্ৰস্ৰাৱ বা কোনো অপবিত্ৰ কামৰ বাবে উপযুক্ত নহয়। এইবোৰ হৈছে কেৱল আল্লাহৰ জিকৰ-আজকাৰ, নামাজ আৰু কোৰআন তিলাৱত কৰাৰ বাবেহে নিৰ্দিষ্ট।

Available translations

Choose an available translation of this Hadeeth

01

Hadeeth text

আনাছ ইবনু মালিক ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ এদিনাখন আমি ৰাছুলুল্লাহ্ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে মছজিদত বহি আছিলোঁ, এনেতে এজন বেদুঈন মানুহ আহি মছজিদতে প্ৰস্ৰাৱ কৰিবলৈ ধৰিলে। চাহাবীসকলে তাক বাধা প্ৰদান কৰি ক'লে, "বন্ধ কৰা, বন্ধ কৰা!"। তেতিয়া ৰাছুলুল্লাহ্ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লে, "তাক বাধা নিদিবা, এৰি দিয়া।" চাহাবীসকলে তাক এৰি দিলে আৰু সি প্ৰস্ৰাৱ কৰিলে। ইয়াৰ পিছত ৰাছুলুল্লাহ্ চাল্লাল্লাহু আলাইহি অছাল্লামে তাক মাতি নি ক'লে, "এই মছজিদবোৰ প্ৰস্ৰাৱ বা কোনো অপবিত্ৰ কামৰ বাবে উপযুক্ত নহয়। এইবোৰ হৈছে কেৱল আল্লাহৰ জিকৰ-আজকাৰ, নামাজ আৰু কোৰআন তিলাৱত কৰাৰ বাবেহে নিৰ্দিষ্ট।" অথবা ৰাছুলুল্লাহ্ চাল্লাল্লাহু আলাইহি অছাল্লামে যেনেকৈ কৈছিল (আনাছ ৰাদ্বিয়াল্লাহু আনহুৱে) তেনেকৈয়ে উল্লেখ কৰিছিল। ইয়াৰ পিছত তেখেতে এজন লোকক পানীৰ এটা বাল্টি আনিবলৈ ক'লে আৰু সেই ঠাইত পানী ঢালি দিলে।
02

Explanation

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে চাহাবাসকলৰ সৈতে মছজিদত বহি আছিল। সেই সময়তে এজন বেদুঈন আহি মছজিদত প্ৰৱেশ কৰিলে আৰু মছজিদৰ এটা চোকত গৈ প্ৰস্ৰাৱ কৰিবলৈ ধৰিলে। এই দেখি চাহাবাসকলে তাক ধমক দি ক'লেঃ হেৰা, বন্ধ কৰা, ইয়াত প্ৰস্ৰাৱ নকৰিবা। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ তাক এৰি দিয়া, বাধা নিদিবা। অৱশেষত সি প্ৰস্ৰাৱ সম্পন্ন কৰিলে।

ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তাক মাতি নি ক'লেঃ মছজিদসমূহ প্ৰস্ৰাৱকে আদি কৰি কোনো ধৰণৰ বেয়া বস্তুৰ বাবে উপযুক্ত নহয়। ইয়াত কেৱল আল্লাহৰ জিকৰ-আজকাৰ কৰা হয়, নামাজ পঢ়া হয় আৰু কোৰআন তিলাৱত কৰা হয়। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এজন চাহাবীক এক বাল্টি পানী আনিবলৈ নিৰ্দেশ দিলে। পানী এক বাল্টি অনাৰ পিছত সেই প্ৰস্ৰাৱৰ ওপৰত পানী ঢালি দিলে।
03

Benefits

মছজিদক যথাযত সন্মান দিয়া অনিবাৰ্য্য, লগতে ইয়াক সেইসমূহ বস্তুৰ পৰা ৰক্ষা কৰা অনিবাৰ্য্য যিবোৰ ইয়াৰ বাবে উপযুক্ত নহয়।
ইমাম নাৱাৱী ৰাহিমাহুল্লাহে কৈছে: ইয়াৰ অন্তৰ্ভুক্ত হৈছে মছজিদসমূহক ময়লা-আৱৰ্জনা, থু-খেকাৰ আদিৰ পৰা পৰিষ্কাৰ-পৰিচ্ছন্ন ৰখা, উচ্চ স্বৰে কথা কোৱা, বাদ-বিবাদ, কিনা-বেচা আৰু অন্যান্য চুক্তি আদিৰ পৰা মছজিদক পবিত্ৰ ৰখা, লগতে এই ধৰণৰ সকলো কাম-কাজৰ পৰা মছজিদক মুক্ত ৰখা।
অজ্ঞ লোকৰ প্ৰতি নম্ৰ ব্যৱহাৰ কৰিব লাগে আৰু সিহঁতক প্ৰয়োজনীয় কথা কোনো ধৰণৰ কষ্ট তথা কঠোৰতা আৰোপ নকৰাকৈ নম্ৰভাৱে শিকাব লাগে, যেতিয়ালৈকে সিহঁতে অবাধ্যতা বা আঁকোৰগোজ হৈ ইয়াক তুচ্ছজ্ঞান নকৰে।
নবী চাল্লাল্লাহু আলাইহি অছাল্লাম এজন দয়ালু শিক্ষক, নম্ৰ অভিভাৱক আৰু সহনশীল তত্ত্বাৱধায়ক আছিল।
আল্লাহৰ ঘৰ মছজিদসমূহক নামাজ, কোৰআন তিলাৱত আৰু আল্লাহৰ জিকৰ আজকাৰৰ দ্বাৰা সজীৱ কৰি ৰাখিবলৈ উৎসাহিত কৰা হৈছে।

Attribution

[(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})]

Categories

Share

Share hadeeth

Sharing options · 0 Total shares

Share

← Back to encyclopedia
Shopping Basket

Loading...