HadeethEnc · 1.16.0
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে সদায় আল্লাহক স্মৰণ (তথা আল্লাহৰ গুণগান) কৰিছিল।
Available translations
Choose an available translation of this Hadeeth
01
Hadeeth text
আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে সদায় আল্লাহক স্মৰণ (তথা আল্লাহৰ গুণগান) কৰিছিল।
02
Explanation
উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাই কৈছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লাম আল্লাহৰ গুণগান কৰাৰ ক্ষেত্ৰত খুবেই আগ্ৰহী আছিল, তেখেতে সকলো ক্ষেত্ৰতে আনকি সকলো সময়তে সকলো অৱস্থাতে আল্লাহক স্মৰণ কৰিছিল আৰু তেওঁৰ গুণগান কৰিছিল।
03
Benefits
আল্লাহৰ গুণগান কৰিবলৈ সৰু ডাঙৰ কোনো নাপাকীৰ পৰা পৱিত্ৰ হোৱাটো চৰ্ত নহয়।
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে নিয়মিতভাৱে আল্লাহক স্মৰণ কৰি জিকৰ-আজকাৰ কৰিছিল।
নবী চাল্লাল্লাহু আলাইহি অছাল্লামক অনুসৰণ কৰি সকলো সময়তে আল্লাহক স্মৰণ কৰিবলৈ তথা তেওঁৰ জিকৰ-আজকাৰ কৰিবলৈ হাদীছটোৰ দ্বাৰা উৎসাহিত কৰা হৈছে। কেৱল সেইসমূহ অৱস্থাৰ বাহিৰে যিসমূহ অৱস্থাত আল্লাহৰ জিকৰ-আজকাৰ কৰিবলৈ নিষেধ কৰা হৈছে, যেনে- প্ৰস্ৰাৱ-পায়খানা কৰাৰ সময়ত।

Attribution
[(মুছলিম)]
Categories
Share
Share hadeeth
Sharing options · 0 Total shares