HadeethEnc · 1.16.0
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কোনো সম্প্ৰদায়কেই ইছলামৰ প্ৰতি আহ্বান নকৰাকৈ যুদ্ধ কৰা নাছিল।
Available translations
Choose an available translation of this Hadeeth
01
Hadeeth text
ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কোনো সম্প্ৰদায়কেই ইছলামৰ প্ৰতি আহ্বান নকৰাকৈ যুদ্ধ কৰা নাছিল।
02
Explanation
ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাই হাদীছটোত জনাইছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়াই কোনো সম্প্ৰদায়ৰ সৈতে যুদ্ধ কৰিছিল, তাৰ আগতেই সিহঁতক ইছলামৰ প্ৰতি আহ্বান কৰিছিল। যদি সিহঁতে সেই আহ্বানত সঁহাৰি দিয়া নাছিল, তেতিয়া সিহঁতৰ সৈতে যুদ্ধ কৰিছিল।
03
Benefits
যদি কোনো সম্প্ৰদায়ে ইছলামৰ দাৱাত পোৱা নাই, তেনেকুৱা সম্প্ৰদায়ৰ সৈতে যুদ্ধ কৰাৰ পূৰ্বে প্ৰথমে সিহঁতক ইছলাম সম্পৰ্কে অৱগত কৰাটো হৈছে জৰুৰী তথা এইটো হৈছে অন্যতম এটা চৰ্ত।
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে প্ৰথমে সিহঁতক ইছলামৰ প্ৰতি আহ্বান কৰিছিল, যদি সিহঁতে প্ৰত্যাখ্যান কৰিছিল, তেতিয়া সিহঁতক জিজিয়া কৰ পৰিশোধ কৰিবলৈ প্ৰস্তাৱ দিছিল, যদি সিহঁতে এইটোও নাকচ কৰিছিল তেতিয়া তেখেতে সিহঁতৰ বিৰুদ্ধে যুদ্ধ কৰিছিল। অন্যান্য হাদীছত এই কথা বৰ্ণিত হৈছে।
জিহাদৰ অন্যতম এটা উদ্দেশ্য হৈছে মানুহে যাতে ইছলামত প্ৰৱেশ কৰে। সিহঁতক বন্দী কৰা, সিহঁতৰ সম্পদ কাঢ়ি লোৱা আৰু সিহঁতক দেশান্তৰ কৰাটো ইয়াৰ উদ্দেশ্য নহয়।

Attribution
[رواه أحمد والبيهقي]
Categories
Share
Share hadeeth
Sharing options · 0 Total shares