افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم.
#65879[ছহীহ]
HadeethEnc · 1.16.0

মোৰ উম্মতৰ এটা দল সদায় বিজয়ী থাকিব, অৱশেষত আল্লাহৰ নিৰ্দেশ (কিয়ামত) আহি পৰিব আৰু তেওঁলোক বিজয়ী অৱস্থাতে থাকিব।

Available translations

Choose an available translation of this Hadeeth

01

Hadeeth text

মুগীৰাহ বিন শ্বুবাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "মোৰ উম্মতৰ এটা দল সদায় বিজয়ী থাকিব, অৱশেষত আল্লাহৰ নিৰ্দেশ (কিয়ামত) আহি পৰিব আৰু তেওঁলোক বিজয়ী অৱস্থাতে থাকিব।"
02

Explanation

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, মোৰ উম্মতৰ এটা দল সদায় মানুহৰ ওপৰত বিজয়ী হৈ থাকিব, শত্ৰুসকলক পৰাস্ত কৰিব, তেওঁলোকৰ এই ধাৰাবাহিকতা কিয়ামত পৰ্যন্ত থাকিব, অৱশেষত শেষ জামানাত কিয়ামতৰ পূৰ্বে আল্লাহে তেওঁলোকৰ প্ৰাণ হৰণ কৰিব।
03

Benefits

এইটো মহা নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ অন্যতম এটা মুজিঝা (অলৌকিকতা)। কাৰণ এই বৈশিষ্ট্য নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ যুগৰ পৰা এতিয়ালৈকে অৱশিষ্ট আছে, লগতে তেতিয়ালৈকে অৱশিষ্ট থাকিব যেতিয়ালৈকে আল্লাহৰ নিৰ্দেশ আহি নপৰে, যিদৰে হাদীছটোত বৰ্ণিত হৈছে।
সত্যৰ ওপৰত আমল কৰাৰ আৰু ইয়াৰ ওপৰত অটল থকাৰ ফজীলত বৰ্ণিত হৈছে, লগতে এই ক্ষেত্ৰত উৎসাহিত কৰা হৈছে।
দ্বীন বা ধৰ্মই দুই ধৰণে জয় লাভ কৰে, এক প্ৰকাৰ হৈছে, যুক্তি-প্ৰমাণ আৰু স্পষ্টতাৰ জৰিয়তে, আৰু দ্বিতীয়টো হৈছে শক্তি আৰু ক্ষমতাৰ জৰিয়তে। যুক্তি প্ৰমাণৰ মাধ্যমত ধৰ্মই সদায় জয় লাভ কৰে। কাৰণ ইছলামৰ মূল যুক্তি প্ৰমাণ হৈছে কোৰআন, আৰু এই কোৰআন সকলো সময়তে আৰু সকলো ক্ষেত্ৰতে সদায় প্ৰভাৱিত। আনহাতে শক্তি সামৰ্থৰ জৰিয়তে লাভ কৰিব পৰা বিজয় নিৰ্ভৰ কৰে ঈমানৰ ওপৰত আৰু পৃথিৱীত থকা সিহঁতৰ ক্ষমতাৰ ওপৰত।

Attribution

[(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})]

Categories

Share

Share hadeeth

Sharing options · 0 Total shares

Share

← Back to encyclopedia
Shopping Basket

Loading...