افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم.
#65416[হাছান]
HadeethEnc · 1.16.0

তোমালোকে আল্লাহৰ বান্দীসকলক আল্লাহৰ ঘৰ মছজিদৰ পৰা বাধা প্ৰদান নকৰিবা। কিন্তু সিহঁতে ঘৰৰ পৰা বাহিৰলৈ ওলোৱাৰ সময়ত যাতে সুগন্ধি ব্যৱহাৰ নকৰে।

Available translations

Choose an available translation of this Hadeeth

01

Hadeeth text

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তোমালোকে আল্লাহৰ বান্দীসকলক আল্লাহৰ ঘৰ মছজিদৰ পৰা বাধা প্ৰদান নকৰিবা। কিন্তু সিহঁতে ঘৰৰ পৰা বাহিৰলৈ ওলোৱাৰ সময়ত যাতে সুগন্ধি ব্যৱহাৰ নকৰে।"
02

Explanation

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে নাৰীসকলৰ অভিভাৱকসকলক আৰু যিসকলে তেওঁলোকৰ চোৱাচিতাৰ দায়িত্বত আছে তেওঁলোকক নিষেধ কৰিছে যে, তেওঁলোকে যেন নাৰীসকলক মছজিদত যাবলৈ বাধা নিদিয়ে। লগতে তেখেতে নাৰীসকলক নিৰ্দেশনা দি কৈছে যে, তেওঁলোকে যেন ঘৰৰ পৰা ওলোৱাৰ সময়ত সৌন্দৰ্য্য প্ৰদৰ্শন কৰি আৰু সুগন্ধি ব্যৱহাৰ কৰি নোলায়। যাতে পুৰুষসকলৰ বাবে ফিতনাৰ কাৰণ নহয়।
03

Benefits

ফিতনাৰ আশংকা নাথাকিলে আৰু নাৰীসকলে সৌন্দৰ্য্য আৰু সুগন্ধি ব্যৱহাৰ নকৰাকৈ যদি ঘৰৰ পৰা ওলায় তেন্তে নাৰীসকলে মছজিদত গৈ নামাজ আদায় কৰাৰ অনুমতি আছে।
ইয়াৰ দ্বাৰা এইটোও প্ৰমাণিত হয় যে, স্ত্ৰীয়ে স্বামী গৃহৰ পৰা স্বামীৰ অনুমতি নোলোৱাকৈ ওলাব নোৱাৰে। কাৰণ হাদীছটোত স্বামীসকলক অনুমতি দিবলৈ নিৰ্দেশ দিয়া হৈছে।
ইছলাম নাৰীসকলৰ প্ৰতি অত্যন্ত যত্নশীল। ইছলামে নাৰীসকলক এনেকুৱা কোনো কৰ্মৰ পৰা বাধা দিয়া নাই যিটো তেওঁলোকৰ বাবে উপকাৰী। উদাহৰণস্বৰূপে জ্ঞান অৰ্জন কৰা বা বেলেগ কোনো ভাল উদ্দেশ্যত বাহিৰলৈ যোৱা আদি।
নাৰীসকলৰ ওপৰত পুৰুষসকলৰ কৰ্তৃত্ব আছে, নাৰীসকলৰ চোৱাচিতা আৰু ভৰণ পোষণ হৈছে পুৰুষৰ দায়িত্ব। এইটোৱে হৈছে তাৰ প্ৰমাণ।

Attribution

[(আবু দাঊদ)]

Categories

Share

Share hadeeth

Sharing options · 0 Total shares

Share

← Back to encyclopedia
Shopping Basket

Loading...