افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم.
#65061[ছহীহ]
HadeethEnc · 1.16.0

ইয়াহুদী হৈছে সেইসকল লোক, যিসকলৰ ওপৰত আল্লাহৰ ক্ৰোধ তথা প্ৰকোপ অৱতীৰ্ণ হৈছে, আৰু খ্ৰীষ্টানসকল হৈছে পথভ্ৰষ্ট।

Available translations

Choose an available translation of this Hadeeth

01

Hadeeth text

আদী বিন হাতিম ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "ইয়াহুদী হৈছে সেইসকল লোক, যিসকলৰ ওপৰত আল্লাহৰ ক্ৰোধ তথা প্ৰকোপ অৱতীৰ্ণ হৈছে, আৰু খ্ৰীষ্টানসকল হৈছে পথভ্ৰষ্ট।"
02

Explanation

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে যে, ইয়াহুদী হৈছে এনেকুৱা সম্প্ৰদায় যিসকলৰ ওপৰত আল্লাহৰ ক্ৰোধ অৱতীৰ্ণ হৈছে। কাৰণ সিহঁতে সত্য জানিছিল কিন্তু সেইমতে আমল কৰা নাছিল। আনহাতে খ্ৰীষ্টানসকল হৈছে পথভ্ৰষ্ট লোক, যিসকলে ইল্ম নোহোৱাকৈ আমল কৰিছিল।
03

Benefits

গতিকে প্ৰকোপৰ সন্মুখীন হোৱা আৰু পথভ্ৰষ্ট হোৱা লোকসকলৰ পথৰ পৰা ৰক্ষা পোৱাৰ উপায় হৈছে ইল্ম অনুসৰি আমল কৰা।
এই হাদীছটোৰ দ্বাৰা ইয়াহুদী আৰু খ্ৰীষ্টানসকলৰ পথত পৰিচালিত হোৱাৰ পৰা সতৰ্ক কৰা হৈছে। লগতে পোন পথক তথা ইছলামক অনিবাৰ্যৰূপে ধৰি ৰাখিবলৈ উৎসাহিত কৰা হৈছে।
ইয়াহুদী আৰু খ্ৰীষ্টান আটায়েই পথভ্ৰষ্ট আৰু প্ৰকোপৰ চিকাৰ হোৱা লোক। কিন্তু ইয়াহুদীসকলৰ বিশেষ বৈশিষ্ট্য হৈছে সিহঁতৰ ওপৰত আল্লাহৰ ক্ৰোধ অৱতীৰ্ণ হৈছে আৰু খ্ৰীষ্টানসকলৰ বিশেষ বৈশিষ্ট্য হৈছে যে, সিহঁত পথভ্ৰষ্ট।

Attribution

[(তিৰমিজী)]

Categories

Share

Share hadeeth

Sharing options · 0 Total shares

Share

← Back to encyclopedia
Shopping Basket

Loading...