افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم.
#64632[অন্যান্য হাদীছৰ সমৰ্থনত ছহীহ]
HadeethEnc · 1.16.0

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক যেতিয়া য়ামানলৈ প্ৰেৰণ কৰিছিল তেতিয়া তেখেতে তেওঁক নিৰ্দেশ দিছিল যে, তেওঁ যেন প্ৰত্যেক ত্ৰিছটা গৰুৰ বিপৰীতে একোটাকৈ এবছৰীয়া গো-পোৱালী মাইকী হওক বা মতা (যাকাত হিচাপে) সংগ্ৰহ কৰে।

Available translations

Choose an available translation of this Hadeeth

01

Hadeeth text

মুআজ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক যেতিয়া য়ামানলৈ প্ৰেৰণ কৰিছিল তেতিয়া তেখেতে তেওঁক নিৰ্দেশ দিছিল যে, তেওঁ যেন প্ৰত্যেক ত্ৰিছটা গৰুৰ বিপৰীতে একোটাকৈ এবছৰীয়া গো-পোৱালী মাইকী হওক বা মতা (যাকাত হিচাপে) সংগ্ৰহ কৰে। আনহাতে প্ৰত্যেক চল্লিশটাৰ বিপৰীতে যেনে এটাকৈ দুবছৰীয়া পোৱালী লয়। এইদৰে প্ৰত্যেক প্ৰাপ্ত বয়স্ক লোকৰ বিপৰীতে এক দীনাৰ অথবা সেই মূল্যৰ মুআফিৰী কাপোৰ লয়। এইটো হৈছে য়ামানত প্ৰস্তুত হোৱা এবিধ কাপোৰ।
02

Explanation

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মুআজ বিন জাবালক য়ামানলৈ প্ৰেৰণ কৰিছিল, যাতে তেওঁ সিহঁতক ইছলামৰ প্ৰতি আহ্বান কৰে আৰু সিহঁতক ইছলামৰ বিধানসমূহ শিকায়। সেই নিৰ্দেশনাসমূহৰ ভিতৰত আছিল যে, তেওঁ যেন মুছলিমসকলৰ পৰা যাকাত সংগ্ৰহ কৰে প্ৰত্যেক ত্ৰিছটা গৰুৰ বিপৰীতে এটা সৰু (এবছৰীয়া) দামুৰি নাইবা সৰু মাইকী পোৱালী। আনহাতে প্ৰত্যেক চল্লিশটা গৰুৰ বিপৰীতে এটা নূন্যতম দুবছৰীয়া পোৱালী। পক্ষান্তৰে তেওঁ যেন আহলে কিতাবৰ পৰা অৰ্থাৎ ইয়াহুদী আৰু খৃষ্টানৰ পৰা কৰ সংগ্ৰহ কৰে, প্ৰত্যেক প্ৰাপ্তবয়স্ক লোকৰ পৰা এক দীনাৰ অথবা তাৰ সমপৰিমাণৰ য়ামানী মুআফিৰী কাপোৰ।
03

Benefits

জিঝিয়া কৰ কেৱল প্ৰাপ্তবয়স্ক লোকৰ পৰাহে সংগ্ৰহ কৰা হয়। আনহাতে যিসকলৰ পৰা কৰ লোৱা নহয়, সিহঁতৰ বিষয়ে নীতি হৈছে এই যে, সিহঁত কেতিয়াবা বন্দী হ'লেও সিহঁতক হত্যা কৰা বৈধ নহয়। যেনে- শিশু, নাৰী আদি।
শাসকে নিজৰ ইজতিহাদ মুতাবিক জিঝিয়া কৰ নিৰ্ধাৰণ কৰিব, কাৰণ এইটো সময় আৰু স্থান তথা মানুহৰ স্বাৱলম্বী আৰু অভাৱ অনাটনৰ ওপৰত নিৰ্ভৰ কৰে। ইয়াৰ প্ৰমাণ হৈছে এই যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লাম নিজেই য়ামানীসকলৰ বাবে কৰ নিৰ্ধাৰণ কৰি মুআজ ৰাদ্বিয়াল্লাহু আনহুক নিৰ্দেশ দিছিল যে, "তুমি প্ৰত্যেক প্ৰাপ্তবয়স্ক লোকৰ পৰা এক দীনাৰকৈ কৰ সংগ্ৰহ কৰিবা।" এইদৰে ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে যেতিয়া শ্বামৰ অধিবাসীসকলৰ পৰা কৰ নিৰ্ধাৰণ কৰিছিল তেতিয়া ইয়াৰ পৰিমাণ বৃদ্ধি কৰি দিছিল।
যাকাত সংগ্ৰহ কৰা আৰু ইয়াৰ বাবে প্ৰতিনিধি নিযুক্ত কৰা আদি হৈছে শাসকৰ দায়িত্ব।
(التبيع) হৈছে, এবছৰ পাৰ কৰি দ্বিতীয় বছৰত ভৰি দিয়া গৰুৰ পোৱালী। ইয়াক তাবী এইকাৰণে কোৱা হয় যে, ই সেই সময়লৈকে সি মাকৰ লগতে থাকে।
দীনাৰ হৈছে স্বৰ্ণ মুদ্ৰা। ইছলামী পৰিভাষাত দীনাৰ কোৱা হয়, ৪.২৫ গ্ৰাম সোণৰ মুদ্ৰাক।

Attribution

[رواه أبو داود والترمذي والنسائي وابن ماجه وأحمد]

Categories

Share

Share hadeeth

Sharing options · 0 Total shares

Share

← Back to encyclopedia
Shopping Basket

Loading...