মোৰ মৃত্যুৰ পিছত পুৰুষসকলৰ ওপৰত আটাইতকৈ ডাঙৰ ক্ষতিকাৰক ফিতনা হ’ব নাৰী জাতি।
Choose an available translation of this Hadeeth
Hadeeth text
উছামাহ বিন ঝায়েদ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ মোৰ মৃত্যুৰ পিছত পুৰুষসকলৰ ওপৰত আটাইতকৈ ডাঙৰ ক্ষতিকাৰক ফিতনা হ’ব নাৰী জাতি।
Explanation
Benefits
সেয়ে মুমিনসকলে আল্লাহৰ ৰচীক মজবুতভাৱে ধাৰণ কৰা উচিত। লগতে ফিতনাৰ পৰা নিজকে ৰক্ষা কৰি আল্লাহৰ প্ৰতি ধাৱিত হোৱা উচিত।
Attribution
Categories
Share hadeeth
Sharing options · 0 Total shares

