HadeethEnc · 1.16.0
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কেতিয়াও সুগন্ধি প্ৰত্যাখ্যান কৰা নাছিল।
Available translations
Choose an available translation of this Hadeeth
01
Hadeeth text
আনাছ ইবনু মালিক ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কেতিয়াও সুগন্ধি প্ৰত্যাখ্যান কৰা নাছিল।
02
Explanation
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ এইটো নীতি আছিল যে, তেখেতে কেতিয়াও সুগন্ধিক প্ৰত্যাখ্যান কৰা নাছিল, বৰং গ্ৰহণ কৰিছিল, কাৰণ এইটো বহন কৰা সহজ আৰু সুগন্ধিময়।
03
Benefits
আতৰ বা সুগন্ধিৰ উপহাৰ গ্ৰহণ কৰা মুস্তাহাব। কিয়নো এইটো বহন কৰাত কোনো কষ্টও নাই আৰু এইটো কবুল কৰিলে কোনো খটা দিয়াৰো অৱকাশ নাই।
এইটোৱে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ উত্তম চৰিত্ৰৰ প্ৰমাণ বহন কৰে যে, তেখেতক কোনোবাই উপহাৰ দিলে তেখেতে সেয়া গ্ৰহণ কৰিছিল, আনকি তেখেতে কেতিয়াও সুগন্ধিৰ উপহাৰ প্ৰত্যাখ্যান কৰা নাছিল।
হাদীছটোৰ দ্বাৰা সুগন্ধি ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰা হৈছে।

Attribution
[(বুখাৰী)]
Categories
Share
Share hadeeth
Sharing options · 0 Total shares