افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم.
#5460[ছহীহ]
HadeethEnc · 1.16.0

কিয়ামতৰ দিনা মানুহক নগ্নপদ, উলংগ অৱস্থাত, খতনাবিহীনভাৱে পুনৰুত্থিত কৰা হ'ব।

Available translations

Choose an available translation of this Hadeeth

01

Hadeeth text

আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত তেওঁ কৈছে, মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ তেখেতে কৈছেঃ "কিয়ামতৰ দিনা মানুহক নগ্নপদ, উলংগ অৱস্থাত, খতনাবিহীনভাৱে পুনৰুত্থিত কৰা হ'ব।"
মই সুধিলোঁ: হে আল্লাহৰ ৰাছুল, তেতিয়া নাৰী-পুৰুষ সকলোৱে ইজনে সিজনৰ প্ৰতি দৃষ্টিপাত কৰিব নেকি?" তেখেতে ক'লে: "হে আঈশ্বা, পৰিস্থিতি ইমান ভয়ংকৰ হ'ব যে, ইজনে সিজনৰ প্ৰতি চোৱাতো দূৰৈৰ কথা, (কল্পনা কৰাও সম্ভৱ নহয়)।"
02

Explanation

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উক্ত হাদীছটোত কিয়ামতৰ দিনা হ'বলগীয়া অৱস্থাৰ বিৱৰণ দাঙি ধৰিছে যে, সেইদিনা মানুহক কবৰৰ পৰা উঠাই হিচাপ-নিকাচৰ বাবে একত্ৰিত কৰা হ'ব। তেতিয়া সিহঁতৰ অৱস্থা হ'ব নগ্নপদ- ভৰিত কোনো জোতা চেণ্ডেল নাথাকিব, শৰীৰ থাকিব উলংগ, কোনো কাপোৰ বা কোনো আৱৰণ নাথাকিব, তেওঁলোকক উত্থিত কৰা হ'ব খতনাবিহীন অৱস্থাত, যিদৰে মাকৰ পেটৰ পৰা ভূমিষ্ট হোৱাৰ সময়ত আছিল। উম্মুল মু'মিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাই যেতিয়া এই বিৱৰণ শুনিলে, তেতিয়া তেওঁ আচৰিত হৈ ক'লে: হে আল্লাহৰ ৰাছুল! নাৰী পুৰুষ উভয়ে যদি এই অৱস্থাত থাকে, তেন্তে ইজনে সিজনৰ প্ৰতি লক্ষ্য নকৰিবনে? তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক বুজাই ক'লে যে, পুনৰুত্থানৰ পিছত হিচাপ-নিকাচৰ স্থানত এনেকুৱা ভয়ংকৰ ঘটনা সংঘটিত হ’ব যে, মানুহে ইজনে সিজনৰ লজ্জাস্থানৰ প্ৰতি চাবলৈকেও সুযোগ নাপাব – সিহঁতৰ সকলো ধ্যান-ধাৰণা আৰু দৃষ্টি সেই মহা ভয়ংকৰ ঘটনাবোৰৰ ফালেহে কেন্দ্ৰিত হ’ব।
03

Benefits

হাদীছটোত কিয়ামতৰ ভয়াৱহতা বৰ্ণিত হৈছে। সেইদিনা মানুহক নিজৰ আমলৰ হিচাপ-নিকাচৰ পৰা একোৱেই বিচ্যুত কৰিব নোৱাৰিব।
নিশ্চয় মানুহ কেৱল গাফিলতিৰ অৱস্থাতহে গুনাহত লিপ্ত হয়। যদি তেওঁ সেই সত্তাৰ মহিমা স্মৰণ কৰিলেহেঁতেন যাক সি অমান্য কৰিছে, বা তেওঁৰ শাস্তিৰ কথা ভাবিলেহেঁতেন, তেন্তে তেওঁ এক পলক সময়ৰ বাবেও তেওঁৰ স্মৰণ, কৃতজ্ঞতা আৰু উত্তম ইবাদতৰ পৰা গাফিল নহ'লহেঁতেন। সেয়েহে কিয়ামতৰ দিনা তুমি দেখিবা যে, সকলোৱে নিজৰ বিষয়তে ব্যস্ত থাকিব, ইজনে সিজনলৈ চোৱাৰ সুযোগে নাপাব।
ৰাছুলুল্লাহ্ চাল্লাল্লাহু আলাইহি অছাল্লামৰ যুগত নাৰীসকল অত্যন্ত লজ্জাশীল আছিল। সেয়ে আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাই যেতিয়া শুনিলে যে, নাৰী-পুৰুষ সকলোৱে উলংগ অৱস্থাতে একত্ৰিত হ'ব, তেতিয়া তেওঁ লাজৰ কথা স্মৰণ কৰি এই কথাৰ স্পষ্টীকৰণ বিচাৰিলে।
ছিন্ধীয়ে কৈছেঃ প্ৰত্যেকেই নিজৰ নিজৰ বিষয়ত ব্যস্ত থাকিব, কোনেও কাৰো অৱস্থা সম্পৰ্কে অৱগত নাথাকিব। মহান আল্লাহে পৱিত্ৰ কোৰআনত কৈছেঃ "সেইদিনা সিহঁত প্ৰত্যকৰে হ’ব এনে এক গুৰুতৰ অৱস্থা যিটো তাক সম্পূৰ্ণৰূপে ব্যস্ত ৰাখিব।" (ছুৰা আবাছাঃ ৩৭) সেয়ে কোনেও কাৰো লজ্জাস্থানৰ প্ৰতি লক্ষ্য নকৰিব।
খাতনাঃ পুৰুষৰ ক্ষেত্ৰত পুৰুষ লিংগৰ অগ্ৰভাগৰ ঢাকি ৰখা ছালৰ কিছু অংশ কাটি পেলোৱা হয়। আনহাতে নাৰীসকলৰ ক্ষেত্ৰত, সিহঁতৰ লজ্জাস্থানৰ ছিদ্ৰৰ ওপৰত মতা কুকুৰাৰ মূৰৰ ওপৰত থকা জঁৰ দৰে থকা ছালটোৰ কিছু অংশ কাটি পেলোৱা হয়।

Attribution

[(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})]

Categories

Share

Share hadeeth

Sharing options · 0 Total shares

Share

← Back to encyclopedia
Shopping Basket

Loading...