افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم.
#5377[ছহীহ]
HadeethEnc · 1.16.0

এবাৰ নবী চাল্লাল্লাহু আলাইহি অছাল্লাম আমাৰ মাজলৈ আহি উপস্থিত হ'ল, তেতিয়া আমি ক'লোঁ, হে আল্লাহৰ ৰাছুল! আপোনাক কেনেকৈ ছালাম দিব লাগে সেয়া আমি জানো, কিন্তু আপোনাৰ প্ৰতি দৰূদ কেনেকৈ পাঠ কৰিম?

Available translations

Choose an available translation of this Hadeeth

01

Hadeeth text

আব্দুৰ ৰহমান বিন আবু লায়লাৰ পৰা বৰ্ণিত তেওঁ কৈছে, কাআব বিন উজৰাই মোক সাক্ষাৎ কৰি ক'লেঃ মই আপোনাক এটা উপহাৰ নিদিমনে? এবাৰ নবী চাল্লাল্লাহু আলাইহি অছাল্লাম আমাৰ মাজলৈ আহি উপস্থিত হ'ল, তেতিয়া আমি ক'লোঁ, হে আল্লাহৰ ৰাছুল! আপোনাক কেনেকৈ ছালাম দিব লাগে সেয়া আমি জানো, কিন্তু আপোনাৰ প্ৰতি দৰূদ কেনেকৈ পাঠ কৰিম? তেতিয়া তেখেতে ক'লেঃ এইদৰে কোৱাঃ اللَّهُمَّ صَلِّ عَلَى مُحَمَّدٍ وَعَلَى آلِ مُحَمَّدٍ، كَمَا صَلَّيْتَ عَلَى آلِ إِبْرَاهِيمَ، إِنَّكَ حَمِيدٌ مَجِيدٌ، اللَّهُمَّ بَارِكْ عَلَى مُحَمَّدٍ وَعَلَى آلِ مُحَمَّدٍ، كَمَا بَارَكْتَ عَلَى آلِ إِبْرَاهِيمَ، إِنَّكَ حَمِيدٌ مَجِيدٌ
‎"আল্লা-হম্মা চল্লি আলা মুহাম্মদ, ৱা আলা আলি মুহাম্মদ, কামা চাল্লাইতা আলা ‎ইব্ৰাহীম, ৱা আলা আলি ইব্ৰাহীম, ইন্নাকা হামীদুম মাজীদ। আল্লা-হম্মা বা-ৰিক আলা ‎মুহাম্মদ, ৱা আলা আলি মুহাম্মদ, কামা বা-ৰাকতা আলা ইব্ৰাহীম, ৱা আলা আলি ‎ইব্ৰাহীম, ইন্নাকা হামীদুম মাজীদ।"‎
02

Explanation

চাহাবাসকলে নবী চাল্লাল্লাহু আলাই অছাল্লামক তেখেতৰ প্ৰতি কেনেকৈ দৰূদ পাঠ কৰিব লাগে তাৰ পদ্ধতি সম্পৰ্কে জানিবলৈ প্ৰশ্ন কৰিলে। কাৰণ তেখেতক কেনেকৈ ছালাম কৰিব লাগে সেই বিষয়টো তেওঁলোকে আত্তাহিয়্যাতুৰ জৰিয়তে শিকিছিল, তাত কোৱা হৈছেঃ আচ্ছালামু আলাইকা আয়্যুহান্নাবীয়্যু অৰাহমাতুল্লাহি অবাৰাকাতুহ......। ইয়াৰ উত্তৰত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁলোকক দৰূদ পাঠ কৰাৰ পদ্ধতি শিকাই দিলে, যাৰ অৰ্থ হৈছেঃ ‎"আল্লা-হুম্মা চল্লি আলা মুহাম্মদ, ৱা আলা আলি মুহাম্মদ" অৰ্থাৎ হে আল্লাহ! ফিৰিস্তাসকলৰ সন্মুখত তেওঁৰ প্ৰশংসা কৰা, লগতে তেওঁৰ দ্বীনৰ অনুসাৰীসকলৰ ওপৰত আৰু তেওঁৰ নিকটাত্মীয় মুমিনসকলৰ ওপৰত ৰহমত বৰ্ষণ কৰা। "কামা চাল্লাইতা আলা ‎ইব্ৰাহীম" যিদৰে তুমি ইব্ৰাহীম আৰু তেওঁৰ পৰিয়ালৰ ওপৰত অনুগ্ৰহ কৰিছা, অৰ্থাৎ ইব্ৰাহীম ইছমাঈল ইছহাক্ব আৰু তেওঁলোকৰ বংশধৰ আৰু তেওঁলোকৰ মুমিন অনুসাৰীসকলৰ ওপৰত। সেইদৰে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰতো অনুগ্ৰহ কৰা। "ইন্নাকা হামীদুম মাজীদ।" অৰ্থাৎ তোমাৰ সত্ত্বা প্ৰশংসিত, তোমাৰ সকলো প্ৰকাৰ গুণ আৰু কৰ্ম প্ৰশংসনীয়। তুমি মহান সত্ত্বা আৰু ব্যাপক ৰাজত্বৰ অধিকাৰী, মহান দাতা। "আল্লা-হম্মা বা-ৰিক আলা ‎মুহাম্মদ, ৱা আলা আলি মুহাম্মদ, কামা বা-ৰাকতা আলা ইব্ৰাহীম, ৱা আলা আলি ‎ইব্ৰাহীম" অৰ্থাৎ তুমি তেওঁক কল্যাণ আৰু মৰ্যাদা দান কৰা, আনকি সুউচ্চ মৰ্যাদা প্ৰদান কৰা আৰু বৃদ্ধি কৰা আৰু তাত অটল ৰখা।
03

Benefits

ছালাফসকল ইল্মী মাছাঈল শিকাৰ ক্ষেত্ৰত খুবেই আগ্ৰহী আছিল।
নামাজত শেষ তাশ্বাহহুদত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত দৰূদ পাঠ কৰা ওৱাজিব।
স্বয়ং নবী চাল্লাল্লাহু আলাইহি অছাল্লামে চাহাবাসকলক দৰূদ পাঠ কৰা শিকাইছিল।
দৰূদৰ এই শব্দবোৰ হৈছে নামাজত পঢ়িবলগীয়া দৰূদৰ পূৰ্ণাংগ বাক্য।

Attribution

[(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})]

Categories

Share

Share hadeeth

Sharing options · 0 Total shares

Share

← Back to encyclopedia
Shopping Basket

Loading...