افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم.
#4508[ছহীহ]
HadeethEnc · 1.16.0

ৰমাজানৰ এদিন বা দুদিন আগত ৰোজা নাৰাখিবা, কিন্তু যিয়ে একেলেঠাৰিয়ে ৰোজা ৰাখি আছে সি ৰাখিব পাৰে।

Available translations

Choose an available translation of this Hadeeth

01

Hadeeth text

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "ৰমাজানৰ এদিন বা দুদিন আগত ৰোজা নাৰাখিবা, কিন্তু যিয়ে একেলেঠাৰিয়ে ৰোজা ৰাখি আছে সি ৰাখিব পাৰে।"
02

Explanation

সাৱধানতাৰ দুহাই দি ৰমাজান মাহৰ এদিন অথবা দুদিন আগৰ পৰা ৰোজা ৰাখিবলৈ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে নিষেধ কৰিছে। কাৰণ ৰমাজানৰ ৰোজাৰ সম্পৰ্ক হৈছে নতুন জোন দেখাৰ সৈতে জৰিত। ইয়াৰ বাবে কৃত্ৰিমতাৰ কোনো প্ৰয়োজন নাই। কিন্তু যদি কোনোবাই এনেকৈ অভ্যস্ত থাকে যে, তেওঁ এদিন ৰোজা ৰাখে এদিন এৰি দিয়ে, অথবা যদি কোনোবাই সোমবাৰ আৰু বৃহস্পতিবাৰৰ ৰোজা নিয়মীয়াকৈ ৰাখে, তেনেকুৱা লোকে যদি এনেকুৱা বাৰৰ সন্মুখীন হয় তেন্তে কোনো অসুবিধা নাই, ৰোজা ৰাখিব পাৰে। ৰমাজানক আঁদৰিবলৈ কোনো ৰোজা নাই। এইদৰে যদি কোনোবাই এইদিনবোৰত কাজা ৰোজা কৰে অথবা মান্নতৰ ৰোজা কৰে তেন্তে কৰিব পাৰে, তাত কোনো অসুবিধা নাই।
03

Benefits

কৃত্ৰিমতাৰ পৰা নিষেধ কৰা হৈছে। ইবাদত সেইদৰেই পালন কৰিব লাগে যিদৰে চৰীয়তে প্ৰণয়ন কৰিছে, ইয়াত বৃদ্ধি কৰাও ঠিক নহয় আৰু হ্ৰাস কৰাও ঠিক নহয়।
ইয়াৰ অন্যতম এটা হিকমত এইটো হ'ব পাৰে যে, -যদিও আল্লাহেই সৰ্বজ্ঞ- ফৰজ আৰু নফলৰ মাজত পাৰ্থক্য কৰিবলৈ এই নিৰ্দেশনা দিয়া হৈছে। আনহাতে ৰমাজানৰ বাবে সক্ৰিয়তা আৰু উৎসাহ উদ্দীপনাৰ জৰিয়তে প্ৰস্তুতি ল'ব লাগে। যাতে ৰোজাক এই ফজীলপূৰ্ণ মাহৰ অন্যতম প্ৰতীক হিচাপে গণ্য কৰা হয়।

Attribution

[(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})]

Categories

Share

Share hadeeth

Sharing options · 0 Total shares

Share

← Back to encyclopedia
Shopping Basket

Loading...