افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم.
#3586[ছহীহ]
HadeethEnc · 1.16.0

ভাল সপোন হৈছে আল্লাহৰ ফালৰ পৰা আৰু বেয়া সপোন হৈছে চয়তানৰ ফালৰ পৰা। যদি তোমালোকৰ মাজৰ কোনোবাই বেয়া সপোন দেখি ভয় পায় তেন্তে তেওঁ বাওঁফালে থু পেলোৱা উচিত। লগতে ইয়াৰ অনিষ্টৰ পৰা আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰা উচিত। তেতিয়া ইয়াৰ ফলত কোনো ক্ষতি নহ'ব।

Available translations

Choose an available translation of this Hadeeth

01

Hadeeth text

আবু কাতাদাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "ভাল সপোন হৈছে আল্লাহৰ ফালৰ পৰা আৰু বেয়া সপোন হৈছে চয়তানৰ ফালৰ পৰা। যদি তোমালোকৰ মাজৰ কোনোবাই বেয়া সপোন দেখি ভয় পায় তেন্তে তেওঁ বাওঁফালে থু পেলোৱা উচিত। লগতে ইয়াৰ অনিষ্টৰ পৰা আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰা উচিত। তেতিয়া ইয়াৰ ফলত কোনো ক্ষতি নহ'ব।"
02

Explanation

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, আনন্দদায়ক ভাল সপোন হৈছে আল্লাহৰ ফালৰ পৰা প্ৰেৰিত। আনহাতে অপছন্দনীয় চিন্তনীয় বেয়া সপোন হৈছে চয়তানৰ ফালৰ পৰা।

এতেকে যদি কোনোবাই এনেকুৱা বেয়া সপোন দেখে তেন্তে তেওঁ বাওঁফালে থু পেলোৱা উচিত, আৰু ইয়াৰ অনিষ্টৰ পৰা আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰা উচিত। এনেকুৱা কৰিলে তেওঁৰ কোনো ক্ষতি নহ'ব। মহান আল্লাহে এই পদ্ধতিটোক বেয়া সপোনৰ অনিষ্টৰ পৰা ৰক্ষা পোৱাৰ কাৰণ বনাইছে।
03

Benefits

টোপনিত থকা ব্যক্তিয়ে টোপনিৰ অৱস্থাত দেখা পোৱা দৃশ্য়কে সপোন বোলে। কিন্তু আৰবী ভাষাত ভাল সপোনক (الرؤيا) ৰু'য়া বোলে। পক্ষান্তৰে বেয়া আৰু আতংকময় সপোনক (الحلم) হুলুম বোলে। কিন্তু সচৰাচৰ ইটোক সিটোৰ ঠাইত ব্যৱহাৰ কৰাও পৰিলক্ষিত হয়।
সপোনৰ প্ৰকাৰসমূহঃ ১- ভাল সপোন। এইটো হৈছে সত্য সপোন তথা আল্লাহৰ ফালৰ পৰা সুসংবাদ, যিটো মানুহে দেখা পায় বা দেখুৱা হয়। ২- মনৰ কল্পনা। এনেকুৱা পৰিকল্পনা যিটোক মানুহে জাগ্ৰত অৱস্থাতে মনে মনে ভাবে। ৩- এনেকুৱা বেয়া সপোন, যিটোৰ দ্বাৰা চয়তানে আদম সন্তানক আতংকিত কৰে তথা ভয় দেখুৱায়।
মুঠতে ভাল সপোন দেখিলে এই তিনিটা কাম কৰিব লাগে। আল্লাহৰ প্ৰশংসা কৰিব লাগে। আনন্দিত হ'ব লাগে। লগতে সেই সপোনটো কোনো প্ৰিয় ব্য়ক্তিৰ ওচৰত ব্যক্ত কৰিব লাগে, কিন্তু এনেকুৱা ব্যক্তিক ক'ব নালাগে যিয়ে তাক অপছন্দ কৰে।
পক্ষান্তৰে বেয়া সপোন দেখিলে এই পাঁচটা কাম কৰিব লাগে। তাৰ অনিষ্টৰ পৰা আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিব লাগে। লগতে চয়তানৰ অনিষ্টৰ পৰাও আশ্ৰয় প্ৰাৰ্থনা কৰিব লাগে। সপোন দেখি ভয় খালে বাওঁফালে তিনিবাৰ থু পেলাব লাগে। লগতে এই সপোনৰ বিষয়ে কাৰো ওচৰত ব্যক্ত কৰিব নালাগে। পুনৰ যদি শুব লগা হয় তেন্তে কাতি সলাই শুব লাগে। এনেকুৱা কৰিলে কোনো ক্ষতি নহ'ব।

Attribution

[(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})]

Categories

Share

Share hadeeth

Sharing options · 0 Total shares

Share

← Back to encyclopedia
Shopping Basket

Loading...