افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم.
#3507[ছহীহ]
HadeethEnc · 1.16.0

যিটো খাদ্য খোৱাৰ সময়ত আল্লাহৰ নাম লোৱা হোৱা নাই, সেইটোক চয়তানে হালাল বুলি গণ্য কৰে।

Available translations

Choose an available translation of this Hadeeth

01

Hadeeth text

হুজাইফা ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে আমি যেতিয়া আহাৰ কৰিছিলোঁ, তেতিয়া তেখেতে আৰম্ভ নকৰালৈকে আমি কোনেও খাদ্যত হাত ৰখা নাছিলোঁ। এবাৰ আমি তেখেতৰ সৈতে আহাৰ কৰিবলৈ উপস্থিত আছিলোঁ, হঠাৎ এজনী কন্যা শিশু এনেকৈ আহিল যেনিবা তাইক কোনোবাই ঠেলি পঠিয়াইছে, আৰু শিশুটোৱে খাদ্যত হাত দিবলৈ ধৰিলে। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ঘপককৈ তাইৰ হাত ধৰিলে। ইয়াৰ পিছত এজন বেদুঈনেও সেইদৰে দ্ৰুত বেগত আহিল, যেনিবা তাকো ঠেলি পঠিওৱা হৈছে। ফলত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ইয়াৰো হাত ধৰি পেলালে। ইয়াৰ পিছত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "যিটো খাদ্য খোৱাৰ সময়ত আল্লাহৰ নাম লোৱা হোৱা নাই, সেইটোক চয়তানে হালাল বুলি গণ্য কৰে। শুনা! এই শিশুটোকো চয়তানেই আনিছে, যাতে ইয়াৰ ফলত নিজৰ বাবে খাদ্য হালাল কৰি ল'ব পাৰে, সেয়ে মই তাইৰ হাত ধৰি পেলাইছোঁ। ইয়াৰ পিছত চয়তানে বেদুঈনক আনিছে, যাতে ইয়াৰ দ্বাৰা নিজৰ বাবে খাদ্য হালাল কৰি ল'ব পাৰে। কিন্তু মই ইয়াৰো হাত ধৰি পেলাইছোঁ। সেই মহান সত্ত্বাৰ শপত! যাৰ হাতত মোৰ প্ৰাণ আছে, ইহঁতৰ দুজনৰ হাতৰ সৈতে চয়তানৰ হাত মোৰ হাতত আটক হৈছে।"
02

Explanation

হুজাইফা ৰাদ্বিয়াল্লাহু আনহুৱে হাদীছটোত বৰ্ণনা কৰিছে যে, তেওঁলোকে যেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে কোনো আহাৰ গ্ৰহণত অংশ গ্ৰহণ কৰিছিল, তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আৰম্ভ নকৰালৈকে তেওঁ সেই খাদ্যত হাত আগবঢ়োৱা নাছিল। এবাৰ তেওঁলোকে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে এটা ভোজনত অংশ গ্ৰহণ কৰিছিল, সেই সময়ছোৱাত এজনী কন্যা শিশু দৌৰি আহি (বিছমিল্লাহ নোকোৱাকৈ) খোৱা পাত্ৰত হাত দিব ধৰিলে, এনেকুৱা লাগিছিল যেনিবা তাইক কোনোবাই খেদি পঠিয়াইছে, লগে লগে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তাইৰ হাত ধৰি পেলালে। ইয়াৰ পিছত এজন বেদুঈনো এনেকৈ আহিল যেনিবা তাক কোনোবাই ঠেলি পঠিয়াইছে, সিও (বিছমিল্লাহ নোকোৱাকৈ) খাদ্যত হাত দিবলৈ ধৰিলে, লগে লগে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তাৰ হাত ধৰি পেলালে। তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ যদি কোনোবাই আল্লাহৰ নাম নোলোৱাকৈ আহাৰ কৰা আৰম্ভ কৰে, তেন্তে চয়তানে সেই আহাৰত অংশগ্ৰহণ কৰিবলৈ সক্ষম হয়। এই শিশুটোক আনিছে, যাতে ইয়াৰ দ্বাৰা সি নিজেও খাবলৈ সক্ষম হয়। সেয়ে মই তাইৰ হাত ধৰি পেলাইছোঁ। ইয়াৰ পিছত সি বেদুঈনক আনিলে, যাতে তাৰ মাধ্যমত আহাৰ গ্ৰহণত অংশী হ'ব পাৰে, কিন্তু মই তাৰো হাত ধৰি পেলালোঁ। শুনা! শপত সেই সত্ত্বাৰ, যাৰ হাতত মোৰ প্ৰাণ আছে, এই শিশুটোৰ হাতৰ সৈতে চয়তানৰ হাতো মই মোৰ হাতৰ ভিতৰত ধৰি ৰাখিছোঁ। ইয়াৰ পিছত আল্লাহৰ নাম লৈ খোৱা আৰম্ভ কৰিলে।
03

Benefits

চাহাবাসকলে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক অত্যন্ত শ্ৰদ্ধা কৰিছিল আৰু তেখেতৰ সৈতে সদাচৰণ কৰিছিল।
বয়সত ডাঙৰ আৰু মৰ্যাদাৱান ব্যক্তিয়ে খোৱা আৰম্ভ নকৰালৈকে সৰুৱে অপেক্ষা কৰাটো হৈছে আহাৰৰ গ্ৰহণৰ অন্যতম এটা (ইছলামিক) নীতি।
চয়তানে কিছুমান গাফিল লোকক এনেকুৱা কাম কৰিবলৈ বাধ্য কৰায়, যিটো সি পছন্দ কৰে। যাতে সি নিজৰ লক্ষ্যত উপনীত হ'ব পাৰে। এই হাদীছত ইয়াৰ স্পষ্ট প্ৰমাণ আছে।
ইমাম নাৱাৱীয়ে কৈছেঃ উলামাসকলে কৈছে যে, বিছমিল্লাহ উচ্চস্বৰে কোৱাটো মুস্তাহাব, যাতে অন্য লোকসকলেও সতৰ্ক হয়।
যদি কোনোবাই খাবলৈ আহে আৰু সি বিছমিল্লাহ কোৱাটো আপুনি শুনা নাপায়, তেন্তে আপুনি তাৰ হাত ধৰি পেলাব, যেতিয়ালৈকে সি বিছমিল্লাহ নকয়।
জ্ঞান থকা ব্যক্তিয়ে বেয়া কৰ্ম দেখাৰ লগে লগে সেইটোৰ প্ৰতিবাদ কৰাটো ওৱাজিব। এইদৰে যাৰ ক্ষমতা আছে তেওঁ হাতৰ দ্বাৰা সেইটোক প্ৰতিৰোধ কৰা অনিবাৰ্য্য।
এই হাদীছটো হৈছে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ অন্যতম এটা নিদৰ্শন। কাৰণ এই ঘটনাত যিটো সংঘটিত হৈছিল সেয়া আল্লাহে তেখেতক অৱগত কৰোৱাইছিল।
চয়তানে মুমিনসকলৰ খাদ্য খাব নোৱাৰে। কিন্তু যদি খোৱাৰ সময়ত আল্লাহৰ নাম নলয় তেন্তে বিষয়টো সুকীয়া।
ইছলামত খোৱা-বোৱা কৰাৰ নীতি নিয়ম শিকোৱাটোও মুস্তাহাব।
শ্ৰোতাৰ ওচৰত বিষয়টো নিশ্চিত কৰিবলৈ শপত খোৱা মুস্তাহাব।
ইমাম নাৱাৱীয়ে কৈছেঃ পানী, গাখীৰ, মৌ, জোল, ঔষধ আৰু অন্যান্য সকলো তৰল পদাৰ্থ খোৱাৰ সময়ত বিছমিল্লাহ ক'ব লাগে, যিদৰে আহাৰ কৰাৰ সময়ত বিছমিল্লাহ কোৱা হয়।
ইমাম নাৱাৱীয়ে কৈছেঃ যদি কোনোবাই ইচ্ছাকৃতভাৱে হওক বা পাহৰি নাইবা অজ্ঞতাৱশত অথবা বাধ্য হৈ নাইবা বেলেগ কোনো কাৰণত খোৱাৰ আৰম্ভণিত বিছমিল্লাহ কোৱা নাই, তেনেলোকে খোৱাৰ মাজত যদি পঢ়িবলৈ সক্ষম হয় তেন্তে এই বুলি পঢ়া উচিত, بسم الله أوله وآخره (বিছমিল্লাহি আওৱালিহি ওৱা আখিৰিহ)। কিয়নো নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তোমালোকে যেতিয়া আহাৰ কৰিবা তেতিয়া বিছমিল্লাহ বুলি কৈ আৰম্ভ কৰিবা, যদি কোনোবাই আৰম্ভণিত বিছমিল্লাহ ক'বলৈ পাহৰি যায় তেন্তে তেওঁ এই বুলি ক'ব লাগে, بسم الله أوله وآخره (বিছমিল্লাহি আওৱালিহি ওৱা আখিৰিহ)।" (আবু দাঊদ, তিৰমিজী)

Attribution

[(মুছলিম)]

Categories

Share

Share hadeeth

Sharing options · 0 Total shares

Share

← Back to encyclopedia
Shopping Basket

Loading...