افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم.
#3476[ছহীহ]
HadeethEnc · 1.16.0

মই আৰু নবী চাল্লাল্লাহু আলাইহি অছাল্লাম জুনুবী অৱস্থাত একে পাত্ৰৰ পৰা পানী লৈ গোছল কৰিছিলোঁ। তেখেতে মোক হায়েজ অৱস্থাত ইঝাৰ বান্ধি লবলৈ নিৰ্দেশ দিছিল আৰু মোৰ লগত আলিঙ্গন কৰিছিল।

Available translations

Choose an available translation of this Hadeeth

01

Hadeeth text

উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই আৰু নবী চাল্লাল্লাহু আলাইহি অছাল্লাম জুনুবী অৱস্থাত একে পাত্ৰৰ পৰা পানী লৈ গোছল কৰিছিলোঁ। তেখেতে মোক হায়েজ অৱস্থাত ইঝাৰ বান্ধি লবলৈ নিৰ্দেশ দিছিল আৰু মোৰ লগত আলিঙ্গন কৰিছিল। ইয়াৰ বাহিৰেও তেখেতে এতেকাফত থকা অৱস্থাত মূৰ উলিয়াই দিছিল আৰু মই হায়েজ অৱস্থাতে তেখেতৰ মূৰ ধুই দিছিলোঁ।
02

Explanation

হাদীছটোত উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাই তেওঁৰ আৰু নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ কেইটিমান বিশেষ মূহুৰ্তৰ কথা উল্লেখ কৰিছে। যেনে- তেওঁ আৰু নবী চাল্লাল্লাহু আলাইহি অছাল্লামে একেলগে একেই পাত্ৰৰ পৰা পানী লৈ গোছল কৰিছিল। এইদৰে হায়েজ অৱস্থাত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া তেওঁৰ ওচৰলৈ আহিব বিচাৰিছিল তেতিয়া তেওঁক নাভীৰ পৰা আঠুলৈকে ভালকৈ কাপোৰ পৰিধান কৰাৰ নিৰ্দেশ দিছিল, তাৰ পিছত সম্ভোগৰ বাহিৰে অন্যান্য আনন্দ উপভোগ কৰিছিল। এইদৰে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া মছজিদত এতেকাফত বহিছিল, তেতিয়া তেখেতে মছজিদৰ পৰা আঈশ্বাৰ হুজৰালৈ মূৰ উলিয়াই দিছিল আৰু তেওঁ হায়েজ অৱস্থাতে তেখেতৰ মূৰ ধুই দিছিল।
03

Benefits

স্বামী স্ত্ৰীয়ে একে পাত্ৰৰ পৰা পানী লৈ একেলগে গা ধোৱা বৈধ।
লজ্জাস্থানৰ বাহিৰে হায়েজ অৱস্থাতো স্ত্ৰীৰ সৈতে সম্ভোগ কৰা বৈধ। শৰীৰৰ অন্যান্য অংগ ব্যৱহাৰ কৰাত বাধা নাই।
কিন্তু এই অৱস্থাত ভালকৈ কাপোৰ বান্ধি লব লাগে।
হাৰাম কামত লিপ্ত হোৱাৰ পৰা ৰক্ষা পাবলৈ উপায় অৱলম্বন কৰিব লাগে।
হায়েজ অৱস্থাত মছজিদত অৱস্থান কৰা নিষেধ।
হায়েজ অৱস্থাত স্ত্ৰীক স্পৰ্শ কৰা বৈধ, বিষয়টো সিক্ত হওক বা শুকান সম্পৰ্কীয়, যেনে- চুলি ধুই দিয়া, চুলি ফনিয়াই দিয়া আদি।
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে স্ত্ৰীসকলৰ সৈতে উত্তম ব্যৱহাৰ কৰিছিল।

Attribution

[(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})]

Categories

Share

Share hadeeth

Sharing options · 0 Total shares

Share

← Back to encyclopedia
Shopping Basket

Loading...