افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم.
#3447[ছহীহ]
HadeethEnc · 1.16.0

হে আবু বকৰ! সেই দুজন ব্যক্তি সম্পৰ্কে আপোনাৰ কি ধাৰণা, যাৰ তৃতীয়জন হৈছে আল্লাহ।

Available translations

Choose an available translation of this Hadeeth

01

Hadeeth text

আবু বকৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ আমি গুহাত আত্মগোপন কৰি থকা অৱস্থাত যেতিয়া আমাৰ মূৰৰ ওপৰত মুশ্বৰিকসকলৰ ভৰি দেখা পালোঁ, তেতিয়া মই ক'লোঁ, হে আল্লাহৰ ৰাছুল! সিহঁতৰ মাজৰ কোনোবাই যদি নিজৰ ভৰিৰ ফালে লক্ষ্য কৰে তেতিয়া দেখোন আমাক দেখা পাব। তেতিয়া তেখেতে ক'লেঃ "হে আবু বকৰ! সেই দুজন ব্যক্তি সম্পৰ্কে আপোনাৰ কি ধাৰণা, যাৰ তৃতীয়জন হৈছে আল্লাহ।"
02

Explanation

আমীৰুল মুমিনীন আবু বকৰ ৰাদ্বিয়াল্লাহু আনহুৱে হিজৰতৰ সময়ৰ কথা বৰ্ণনা কৰি কৈছেঃ আমি ছাওৰ পৰ্বতৰ গুহাত আত্মগোপন কৰি আছিলোঁ, সেই সময়ত মুশ্বৰিকসকল গুহাৰ ওচৰত আমাৰ মূৰৰ ওপৰত থিয় হৈ আছিল, মই ওপৰৰ ফালে লক্ষ্য কৰিলোঁ, দেখিলোঁ সিহঁত গুহাৰ নিচেই ওচৰত থিয় হৈ আছে। তেতিয়া মই ক'লোঁ, হে আল্লাহৰ ৰাছুল! সিহঁতৰ মাজৰ কোনোবাই যদি নিজৰ ভৰিৰ ফালে লক্ষ্য কৰে তেতিয়া দেখোন আমাক দেখা পাব। তেতিয়া তেখেতে ক'লেঃ হে আবু বকৰ! সেই দুজন ব্যক্তি সম্পৰ্কে আপোনাৰ কি ধাৰণা, যিসকলক সহায়-সহযোগিতা কৰিবলৈ তথা হিফাজত কৰিবলৈ তৃতীয়জন হৈছে আল্লাহ?
03

Benefits

হাদীছটোৰ দ্বাৰা আবু বকৰ ৰাদ্বিয়াল্লাহু আনহুৰ ফজীলত প্ৰমাণিত হয় যে, তেওঁ নিজৰ পৰিয়ালবৰ্গ আৰু সা-সম্পত্তি ত্যাগ কৰি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে মক্কাৰ পৰা মদীনালৈ হিজৰত কৰিছিল।
হাদীছটোৰ দ্বাৰা এইটোও বুজা গ'ল যে, আবু বকৰ ৰাদ্বিয়াল্লাহু আনহু অত্যন্ত দয়ালু আছিল, তেওঁ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক খুবেই মুহাব্বত কৰিছিল, সেয়ে তেওঁ তেখেতক শত্ৰুৰ পৰা ৰক্ষা কৰাৰ ক্ষেত্ৰত সদায় সচেতন আছিল।
সতৰ্কতা অৱলম্বন কৰা আৰু সতৰ্ক থাকিবলৈ চেষ্টা কৰাৰ পিছত মহান আল্লাহৰ প্ৰতি ভৰসা কৰা, লগতে তেওঁৰ যত্ন আৰু সুৰক্ষাৰ ক্ষেত্ৰত পূৰ্ণ বিশ্বাস পোষণ কৰা ওৱাজিব।
মহান আল্লাহে সহায়-সহযোগিতাৰ মাধ্যমত তেওঁৰ নবী আৰু অলীসকলক সুৰক্ষা প্ৰদান কৰে। মহান আল্লাহে পৱিত্ৰ কোৰআনত কৈছেঃ "নিশ্চয় আমি আমাৰ ৰাছুলসকলক আৰু যিসকলে ঈমান আনিছে তেওঁলোকক পাৰ্থিৱ জীৱনত সহায় কৰিম, আৰু সেইদিনাও সহায় কৰিম যিদিনা সাক্ষীসকল থিয় হ’ব।"
বিঃদ্ৰঃ যিয়ে আল্লাহৰ প্ৰতি ভৰসা কৰিব, তেওঁৰ বাবে আল্লাহেই যথেষ্ট, আল্লাহে তেওঁক সমৰ্থন কৰিব আৰু সহায় কৰিব, তেওঁ ৰক্ষা কৰিব তথা হিফাজত কৰিব।
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁৰ প্ৰতিপালকৰ ওপৰত পূৰ্ণাংগ তাৱাক্কুল কৰিছিল আৰু পূৰ্ণ ভৰসা কৰিছিল, লগতে তেওঁৰ সকলো বিষয় তেওঁৰ ওপৰতেই ন্যস্ত কৰিছিল।
হাদীছটোৰ দ্বাৰা নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সাহস প্ৰমাণিত হয়, লগতে তেখেতৰ হৃদয় আৰু অন্তৰ পূৰ্ণৰূপে আশ্বস্ত আছিল।
ধৰ্ম পালনৰ বাবে শত্ৰুৰ ভয়ত পলায়ন কৰা তথা উপায় অৱলম্বন কৰাটো চৰীয়তসন্মত।

Attribution

[(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})]

Categories

Share

Share hadeeth

Sharing options · 0 Total shares

Share

← Back to encyclopedia
Shopping Basket

Loading...