যিয়ে কুলক্ষণক কেন্দ্ৰ কৰি নিজৰ প্ৰয়োজন পূৰণৰ পৰা আঁতৰি থাকে সি শ্বিৰ্ক কৰে। চাহাবাসকলে সুধিলেঃ ইয়াৰ কাফফাৰা কি? তেখেতে ক’লেঃ এই কথা কোৱা: হে আল্লাহ! তোমাৰ কল্যাণৰ বাহিৰে আন কোনো কল্যাণ নাই, আৰু তোমাৰ অকল্যাণৰ বাহিৰে আন কোনো অকল্যাণ নাই, লগতে তোমাৰ বাহিৰে আন কোনো সত্য উপাস্য নাই।
Choose an available translation of this Hadeeth
Hadeeth text
আব্দুল্লাহ ইবনে আমৰ ইবনিল ‘আচ ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা মাৰফু‘ হিচাপে বৰ্ণিত, “যিয়ে কুলক্ষণক কেন্দ্ৰ কৰি নিজৰ প্ৰয়োজন পূৰণৰ পৰা আঁতৰি থাকে সি শ্বিৰ্ক কৰে। চাহাবাসকলে সুধিলেঃ ইয়াৰ কাফফাৰা কি? তেখেতে ক’লেঃ এই কথা কোৱা: হে আল্লাহ! তোমাৰ কল্যাণৰ বাহিৰে আন কোনো কল্যাণ নাই, আৰু তোমাৰ অকল্যাণৰ বাহিৰে আন কোনো অকল্যাণ নাই, লগতে তোমাৰ বাহিৰে আন কোনো সত্য উপাস্য নাই।” ছহীহ – এই হাদীছটোক আহমদে বর্ণনা কৰিছে।
Explanation
Benefits
মুশ্বৰিকৰ তাওবা গ্রহণযোগ্য।
যি ব্যক্তিয়ে অশুভ লক্ষণ বিশ্বাস কৰি ভুল কৰিছে সেই ব্যক্তিয়ে কি পাঠ কৰিলে প্ৰতিকাৰ পাব তাৰ দিগ-নির্দেশনা দিয়া হৈছে।
ভাল আৰু বেয়া আল্লাহৰ ফালৰ পৰা নির্ধাৰিত।
Attribution
Categories
Share hadeeth
Sharing options · 0 Total shares

