افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم.
#3384[ছহীহ]
HadeethEnc · 1.16.0

সিহঁতে সেইবোৰক হাৰাম নকৰেনে যিবোৰক আল্লাহে হালাল কৰিছে, ফলত তোমালোকে সেইবোৰক হাৰাম বুলি মানি লৈছা? আৰু সিহঁতে সেইবোৰক হালাল নকৰেনে যিবোৰক আল্লাহে হাৰাম কৰিছে, ফলত তোমালোকে সেইবোৰকো হালাল বুলি মানি লৈছা? মই ক’লোঁ, হয় নিশ্চয়। তেখেতে ক’লেঃ এইটোকেই সিহঁতৰ ইবাদত কৰা বুজাইছে।

Available translations

Choose an available translation of this Hadeeth

01

Hadeeth text

আদী ইবনে হাতিম ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, তেওঁ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক এই আয়াত “সিহঁতে আল্লাহৰ বাহিৰে সিহঁতৰ পণ্ডিত আৰু সংসাৰ-বিৰাগীসকলক সিহঁতৰ ৰব্বৰূপে গ্ৰহণ কৰিছে আৰু মাৰইয়ামৰ পুত্ৰ মছীহকো। অথচ এক ইলাহৰ ইবাদত কৰাৰ বাবেই তেওঁলোক আদিষ্ট হৈছিল। যাৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। সিহঁতে যি অংশী স্থাপন কৰে তাৰ পৰা তেওঁ অতি পৱিত্ৰ!” [ছুৰা আত-তাওবাহ, আয়াত: 31] তিলাৱত কৰা শুনিছে। ইয়াৰ পিছত তেওঁ তেখেতক ক’লেঃ আমিতো সিহঁতৰ ইবাদত কৰা নাই। তেখেতে ক’লেঃ এইটো সঁচা নহয়নে যে, আল্লাহে যিটোক হালাল কৰিছে সেইটোক সিহঁতে হাৰাম কৰিলে তোমালোকে সেইটোক হাৰাম বুলি মানি লৈছিলা? লগতে আল্লাহে যিটোক হাৰাম কৰিছে সিহঁতে সেইটোক হালাল কৰিলে তোমালোকে সেইটোক হালাল বুলি মানি লৈছিলা? মই ক’লোঁ, হয় নিশ্চয়। তেখেতে ক’লেঃ এইটোকেই সিহঁতৰ ইবাদত কৰা বুজাইছে। ছহীহ – এই হাদীছটোক তিৰমিজীয়ে বর্ণনা কৰিছে।
02

Explanation

যেতিয়া এই বিশিষ্ট চাহাবীজনে ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ মুখত এনেকুৱা এটা আয়াত তিলাৱত শুনিলে যি আয়াতত ইয়াহূদী আৰু খ্ৰীষ্টানসকলৰ বিষয়ে আলোচনা কৰা হৈছে যে, সিহঁতে সিহঁতৰ পাদ্রীসকলক আৰু আলিমসকলক ইলাহ সাব্যস্ত কৰিছে, সেই পাদ্ৰীসকলে সিহঁতৰ বাবে আল্লাহৰ বিধানৰ পৰিপন্থী বিধান দিয়ে যাৰ অনুকৰণ সিহঁতে কৰে, এই আয়াতটো শুনাৰ পিছত তেওঁৰ বাবে আয়াতৰ ব্যাখ্যাটো কঠিন হৈ পৰে। কাৰণ, তেওঁ ধাৰণা কৰিছিল যে, ইবাদত কেৱল ছাজদাহ কৰা ইত্যাদিৰ মাজতেই সীমাবদ্ধ। ফলত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক জনাই দিলে যে, আল্লাহ আৰু তেওঁ ৰাছুলৰ বিধানৰ বিপৰীতে হালালক হাৰাম আৰু হাৰামক হালাল সাব্যস্ত কৰাৰ ক্ষেত্রত আলিম আৰু পাদ্রীসকলৰ অনুকৰণ কৰাটোও হৈছে সিহঁতৰ ইবাদত কৰা।
03

Benefits

আল্লাহৰ বিধানসমূহ বিকৃত কৰাৰ ক্ষেত্ৰত আলিমসকল আৰু অন্যান্য সৃষ্টিৰ আনুগত্য কৰা ডাঙৰ শ্বিৰ্ক, যদি এই কথা আনুগত্যকাৰীয়ে জানে যে, সিহঁতে আল্লাহৰ বিধানৰ বিৰোধিতা কৰি আছে।
হাৰাম আৰু হালাল সাব্যস্ত কৰাটো হৈছে আল্লাহৰ অধিকাৰ।
শ্বিৰ্কৰ প্ৰকাৰসমূহৰ পৰা কিছুমান শ্বিৰ্কৰ বিৱৰণ: যেনে আনুগত্যৰ শ্বিৰ্ক।
অজ্ঞ ব্যক্তিক শিক্ষা দিয়াৰ বৈধতা।
ইবাদতৰ অর্থ ব্যাপক। আল্লাহে যিবোৰ প্ৰকাশ্য আৰু অপ্ৰকাশ্য কথা আৰু কর্মক পছন্দ কৰে তথা ভাল পায় সেই সকলোবোৰ ইবাদতৰ অর্ন্তভুক্ত।
আহবাৰ তথা পাদ্রীসকলৰ গোমৰাহীৰ বর্ণনা।
ইয়াহুদী আৰু খ্ৰীষ্টানসকলৰ শ্বিৰ্ক প্ৰমাণিত।
সকলো ৰাছুলৰ ধৰ্মৰ মূল একেই। সেয়া হৈছে তাওহীদ।
আল্লাহৰ অবাধ্যতা কৰি মাখলুকৰ আনুগত্য কৰাটো হৈছে সিহঁতৰ ইবাদত কৰাৰ অন্তৰ্ভুক্ত।
যিবোৰ বিষয় অস্পষ্ট সেইবোৰ বিষয়ে জ্ঞানীসকলক সুধি লোৱা জৰুৰী।
জ্ঞান অৰ্জনৰ প্ৰতি চাহাবাসকলৰ আগ্রহ।

Attribution

[(তিৰমিজী)]

Categories

Share

Share hadeeth

Sharing options · 0 Total shares

Share

← Back to encyclopedia
Shopping Basket

Loading...