افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم.
#11310[ছহীহ]
HadeethEnc · 1.16.0

যেতিয়া তোমালোকৰ মাজৰ কোনোবাই চালাতত উপস্থিত হয় আৰু ইমাম নিজৰ অৱস্থাত থাকে, তেতিয়া তাৰ সেইটোৱে কৰা উচিত যিটো ইমামে কৰে।

Available translations

Choose an available translation of this Hadeeth

01

Hadeeth text

আলী ইবনে আবি তালিব আৰু মু‘আজ ইবনে জাবাল ৰাদ্বিয়াল্লাহু ‘আনহুমাৰ পৰা মাৰফূ‘ হিচাপে বৰ্ণিত, “যেতিয়া তোমালোকৰ মাজৰ কোনোবাই চালাতত উপস্থিত হয় আৰু ইমাম নিজৰ অৱস্থাত থাকে, তেতিয়া তাৰ সেইটোৱে কৰা উচিত যিটো ইমামে কৰে।”
02

Explanation

যেতিয়া তোমালোকৰ মাজৰ কোনোবাই চালাতত উপস্থিত হয় আৰু ইমাম নিজৰ অৱস্থাত থাকে, যেনে থিয় বা ৰুকূ নাইবা ছাজদাহ অথবা বহা অৱস্থাত থাকে, সেই ব্যক্তিয়েও ইমামৰ অনুসৰণ কৰা উচিত, অৰ্থাৎ থিয় হৈ থাকিলে থিয় হব লাগে আৰু ৰুকু অথবা ছাজাদত থাকিলে সেইটোৱে কৰা উচিত। ছাজদাহ অথবা ৰুকুৰ পৰা ইমাম থিয় হোৱাৰ অপেক্ষা কৰিব নালাগে, যিদৰে কিছুমানক এইদৰে অপেক্ষা কৰা দেখা যায়।
03

Benefits

জামাত আৰম্ভ হৈ যোৱাৰ পিছত অহা (লাহিক) ব্যক্তিয়ে ইমামক যি অৱস্থাত পাব সেই অৱস্থাতে নামাজত প্ৰৱেশ কৰা উচিত। অৰ্থাৎ ৰুকু, ছাজদাহ বা বহা যি অৱস্থাতে পাব, এই ক্ষেত্ৰত কোনো পাৰ্থক্য নকৰি লগে লগে চালাতত প্রৱেশ কৰা উচিত।
ইমামৰ সৈতে ৰুকু পালেই ৰাকাত পোৱা বুলি গণ্য হ’ব। এই বিষয়টো অন্যান্য হাদীছৰ দ্বাৰা প্রমাণিত।

Attribution

[(তিৰমিজী)]

Categories

Share

Share hadeeth

Sharing options · 0 Total shares

Share

← Back to encyclopedia
Shopping Basket

Loading...