HadeethEnc · 1.16.0
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জোহৰৰ পূৰ্বে চাৰি ৰাকাত আৰু ফজৰৰ পূৰ্বে দুই ৰাকাত কেতিয়াও এৰা নাছিল।
Available translations
Choose an available translation of this Hadeeth
01
Hadeeth text
উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত যে, "নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জোহৰৰ পূৰ্বে চাৰি ৰাকাত আৰু ফজৰৰ পূৰ্বে দুই ৰাকাত কেতিয়াও এৰা নাছিল।"
02
Explanation
আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাই জনাইছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ঘৰত নিয়মিতভাৱে নফল আদায় কৰিছিল, সেইবোৰ কেতিয়াও এৰা নাছিল। তেখেতে জোহৰৰ পূৰ্বে দুই ছালামত চাৰি ৰাকাত আদায় কৰিছিল, আৰু ফজৰৰ পূৰ্বে দুই ৰাকাত পঢ়িছিল।
03
Benefits
জোহৰৰ পূৰ্বে চাৰি ৰাকাত আৰু ফজৰৰ পূৰ্বে দুই ৰাকাত নামাজ নিয়মিত আদায় কৰিব লাগে।
ছুন্নত নামাজবোৰ ঘৰত আদায় কৰা উত্তম। এইকাৰণেই আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাই এই বিষয়টো ভালকৈ জানিছিল আৰু তেওঁ হাদীছটোত জনাইছে।
ছুন্নত নামাজবোৰ ঘৰত আদায় কৰা উত্তম। এইকাৰণেই আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাই এই বিষয়টো ভালকৈ জানিছিল আৰু তেওঁ হাদীছটোত জনাইছে।
Attribution
[(বুখাৰী)]
Categories
Share
Share hadeeth
Sharing options · 0 Total shares

