افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم.
#10113[ছহীহ]
HadeethEnc · 1.16.0

কোৰআন তিলাৱতকাৰী দক্ষ ব্যক্তি, সন্মানীয় পুণ্যৱান (ফিৰিস্তা)সকলৰ সৈতে থাকিব। আনহাতে যি ব্যক্তিয়ে ৰৈ ৰৈ অতি কষ্ট হোৱা সত্ত্বেও কোৰআন তিলাৱত কৰে, তেওঁ দ্বিগুণ ছোৱাব লাভ কৰিব।

Available translations

Choose an available translation of this Hadeeth

01

Hadeeth text

আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত তেওঁ কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "কোৰআন তিলাৱতকাৰী দক্ষ ব্যক্তি, সন্মানীয় পুণ্যৱান (ফিৰিস্তা)সকলৰ সৈতে থাকিব। আনহাতে যি ব্যক্তিয়ে ৰৈ ৰৈ অতি কষ্ট হোৱা সত্ত্বেও কোৰআন তিলাৱত কৰে, তেওঁ দ্বিগুণ ছোৱাব লাভ কৰিব।"
02

Explanation

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, যিয়ে ভালদৰে কোৰআন পঢ়ে আৰু উত্তমভাৱে তাৰ মুখস্থও আছে, লগতে সেই ব্যক্তি তিলাৱাতত অত্যন্ত পাৰদৰ্শী আৰু দক্ষ, পৰকালত তেনেকুৱা ব্যক্তিৰ মৰ্যাদা হৈছে এই যে, তেওঁ আখিৰাতত সন্মানীয় পুণ্যৱান ফিৰিস্তাসকলৰ সাহচৰ্য্য লাভ কৰিব। আনহাতে যিয়ে বহু কষ্টৰে ৰৈ ৰৈ কোৰআন তিলাৱত কৰে, তথা তিলাৱত কৰোঁতে অসুবিধা অনুভৱ কৰে, লগতে স্মৃতি শক্তিৰ দুৰ্বলতাৰ কাৰণে তিলাৱাতত বাধাৰ সৃষ্টি হয়, তথাপিও তেওঁ নিয়মিতভাৱে তিলাৱত কৰে, তেনেকুৱা ব্যক্তিৰ বাবে দ্বিগুণ ছোৱাব আছে; এটা হৈছে তিলাৱাতৰ ছোৱাব আৰু আনটো হৈছে কষ্ট সহ্য কৰি বাধাৰ সন্মুখীন হোৱা সত্ত্বেও তিলাৱত কৰাৰ ছোৱাব।
03

Benefits

হাদীছটোৰ দ্বাৰা কোৰআন মুখস্থ কৰিবলৈ আৰু ভালদৰে মুখস্থ ৰাখিবলৈ, লগতে বেছি বেছি তিলাৱত কৰিবলৈ উৎসাহিত কৰা হৈছে, যাতে মহা ছোৱাব আৰু উত্তম প্ৰতিদান লাভ কৰিব পাৰে। এইদৰে যিয়ে এইবোৰ কৰিব, তেওঁৰ উচ্চ মৰ্যাদা এই হাদীছটোত বৰ্ণিত হৈছে।
ক্বাজী ৰাহিমাহুল্লাহে কৈছেঃ ইয়াৰ অৰ্থ এইটো নহয় যে, যিয়ে ৰৈ ৰৈ কষ্ট কৰি তিলাৱত কৰে, তেওঁ দক্ষ তিলাৱতকাৰীতকৈ অধিক ছোৱাব অৰ্জন কৰিব। বৰং দক্ষ তিলাৱতকাৰীয়ে অধিক উত্তম আৰু প্ৰচুৰ ছোৱাব লাভ কৰিব। কাৰণ তেওঁ থাকিব সন্মানীয় পুণ্যৱান ফিৰিস্তাসকলৰ সৈতে। সেয়ে তেওঁৰ প্ৰতিদানো অধিক থাকিব। এনেকুৱা মৰ্যাদা আন কাৰোবাৰ বাবে উল্লেখ কৰা হোৱা নাই। এনেকুৱা ব্যক্তিক তেওঁ সেই ব্যক্তিসকলৰ অন্তৰ্ভুক্ত কেনেকৈ কৰিব, যিসকলে আল্লাহৰ কিতাবৰ প্ৰতি ভালকৈ মনোযোগ নিদিয়ে আৰু ভালকৈ মুখস্থ নাৰাখে আৰু বেছি বেছি তিলাৱত নকৰে আৰু অধ্যয়ন নকৰে, যিদৰে দক্ষ ব্যক্তিসকলে মনোযোগ দিয়ে।
ইবনু বাজ ৰাহিমাহুল্লাহে কৈছেঃ যিয়ে কোৰআন তিলাৱত কৰাৰ ক্ষেত্ৰত দক্ষ, সুন্দৰভাৱে কোৰআন পঢ়িব পাৰে, লগতে অত্যন্ত বিচক্ষণতাৰ সৈতে মুখস্থ ৰাখে, তেওঁ আখিৰাতত সন্মানীয় পুণ্যৱান ফিৰিস্তসকলৰ সংগ লাভ কৰিব। ইয়াৰ অৰ্থ হৈছেঃ যিয়ে কোৰআন তিলাৱত কৰাৰ লগতে সেইমতে আমলো কৰে। অকল তিলাৱতকাৰী এই মৰ্যাদাৰ অধিকাৰী হ'ব নোৱাৰে। সুন্দৰকৈ তিলাৱত কৰাৰ লগতে সেইমতে আমলো কৰিব লাগিব। শব্দ আৰু অৰ্থ উভয় প্ৰকাৰে আমল কৰিব লাগিব।

Attribution

[(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})]

Categories

Share

Share hadeeth

Sharing options · 0 Total shares

Share

← Back to encyclopedia
Shopping Basket

Loading...