افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم. افتتاح البرنامج الدعوي السبت القادم، ٩ / ٣ / ١٤٤٨هـ بعد صلاة الفجر مباشرة مسجد محمد بن إبراهيم، الجامعة الإسلامية بالمدينة المنورة فضيلة الشيخ د. هيثم بن محمد سرحان دورة اليوم الواحد، وختم كتاب كل سبت بإذن الله حياكم الله ونفع بكم.
#10044[ছহীহ]
HadeethEnc · 1.16.0

তোমালোকে প্ৰস্ৰাৱৰ পৰা সতৰ্ক থাকিবা। কিয়নো কবৰৰ বেছিভাগ শাস্তি এই প্ৰস্ৰাৱৰ কাৰণেই হয়।

Available translations

Choose an available translation of this Hadeeth

01

Hadeeth text

আবূ হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা মাৰফূ হিচাপে বৰ্ণিত: “তোমালোকে প্ৰস্ৰাৱৰ পৰা সতৰ্ক থাকিবা। কিয়নো কবৰৰ বেছিভাগ শাস্তি এই প্ৰস্ৰাৱৰ কাৰণেই হয়।”
02

Explanation

এই হাদীছটোতে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কবৰত শাস্তি হোৱাৰ বিভিন্ন কাৰণসমূহৰ পৰা এটা কাৰণ বর্ণনা কৰিছে, যিটো বেছিভাগৰে হয়। সেয়া হৈছে প্ৰস্ৰাৱৰ টোপালৰ পৰা সতৰ্ক নোহোৱা আৰু প্ৰস্ৰাৱ কৰি পৱিত্ৰতা অৰ্জন নকৰা।
03

Benefits

প্ৰস্ৰাৱৰ পৰা আঁতৰি থাকিবলৈ আৰু ইয়াৰ পৰা বাচিবলৈ গুৰুত্বাৰোপ কৰা হৈছে। যাতে শৰীৰত আৰু কাপোৰত প্ৰস্ৰাৱ নালাগে।
কাপোৰত বা শৰীৰত প্ৰস্ৰাৱ লাগিলে দ্ৰুত ধুই পেলোৱা আৰু তাৰ পৰা পৱিত্ৰ হোৱা উত্তম। যাতে নাপাকী লাগি নাথাকে। কিন্তু নামাজৰ সময়ত ইয়াক দূৰ কৰাটো হৈছে অনিবাৰ্য।
নিশ্চয় প্ৰস্ৰাৱ হৈছে নাপাক। যেতিয়া শৰীৰত অথবা কাপোৰত নাইবা কোনো স্থানত লাগি যায় তেতিয়া ই সেইবোৰক নাপাক কৰি দিয়ে। সেই শৰীৰত বা সেই কাপোৰেৰে নাইবা সেই ঠাইত চালাত শুদ্ধ নহ’ব। কাৰণ নাপাকীৰ পৰা পৱিত্ৰ হোৱাটো চালাতৰ অন্যতম এটা চৰ্ত।
প্ৰস্ৰাৱৰ পৰা পৱিত্রতা অর্জন নকৰাটো হৈছে কবীৰাহ গুনাহ।
কবৰৰ আযাব প্রমাণিত। আল্লাহৰ কিতাব, ছুন্নাহ আৰু ইজমাৰ দ্বাৰা প্রমাণিত।
আখিৰাতত পাবলগীয়া প্রতিদানো প্রমাণিত। আখিৰাতৰ প্রথম স্তৰ হৈছে কবৰ। এতেকে কবৰ জান্নাতৰ বাগান হ’ব পাৰে অথবা জাহান্নামৰ গর্ত হিচাপেও সাব্যস্ত হ’ব পাৰে।

Attribution

[(দাৰু কুতনী)]

Categories

Share

Share hadeeth

Sharing options · 0 Total shares

Share

← Back to encyclopedia
Shopping Basket

Loading...