তাওহীদৰ প্ৰকাৰসমূহ
তাওহীদ ফলক: অসমীয়া ভাষাৰ ফলক..., প্ৰস্তুত শ্বাইখ ড° হাইছাম ছাৰহান৷ ইয়াত তেখেতে তাওহীদৰ প্ৰকাৰ তিনিটা উল্লেখ কৰিছে৷ লগতে প্ৰতিটো প্ৰকাৰৰে সংজ্ঞা উল্লেখ কৰিছে৷ দ্বীন ইছলামৰ পৰ্যায়সমূহ বৰ্ণনা কৰিছে৷ এইদৰে প্ৰতিটো পৰ্যায়ৰে আৰকানসমূহ উল্লেখ কৰিছে৷ হাৰাম বা নিষিদ্ধ কৰ্মৰ প্ৰকাৰসমূহ উল্লেখ কৰিছে৷ প্ৰত্যেকটো প্ৰকাৰৰে উদাহৰণ আৰু তাৰ বিধান বৰ্ণনা কৰিছে৷