জুলহিজ্জা মাহৰ প্ৰথম দহ ৰাতি
জুলহিজ্জা মাহৰ প্ৰথম দহ ৰাতি এই দিন কেইটাক আমি কেনেকৈ আঁদৰিম? ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ আল্লাহৰ দৃষ্টিত (জুলহিজ্জা মাহৰ আৰম্ভণিৰ)...
জুলহিজ্জা মাহৰ প্ৰথম দহ ৰাতি
জুলহিজ্জা মাহৰ প্ৰথম দহ ৰাতি
এই দিন কেইটাক আমি কেনেকৈ আঁদৰিম?
ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ আল্লাহৰ দৃষ্টিত (জুলহিজ্জা মাহৰ আৰম্ভণিৰ) এই দিনবোৰত কৰা নেক আমলবোৰ আটাইতকৈ উত্তম৷
প্ৰশ্ন কৰা হ’লঃ হে আল্লাহৰ ৰাছুল! আল্লাহৰ পথত কৰা জিহাদো ইয়াতকৈ উত্তম নহয় নেকি?
তেখেতে ক’লেঃ হয় জিহাদো ইয়াতকৈ উত্তম নহয়৷ কিন্তু সেই ব্যক্তিৰ বিষয়টো সুকীয়া, যিয়ে জান মাল লৈ জিহাদত গৈছে কিন্তু একোৱে লৈ উভতি অহা নাই৷
নেক আমলৰ ভিতৰত সকলো প্ৰকাৰ ইবাদত অন্তৰ্ভুক্ত৷
ৰোজা, নামাজ, হজ্জ, জিকৰ-আজকাৰ, তাকবীৰ, কোৰআন তিলাৱত, কল্যাণৰ পথত ব্যয় কৰা ইত্যাদি৷
এই দিনবোৰত কৰিবলগীয়া কেইটামান গুৰুত্বপূৰ্ণ আমল হৈছেঃ
১) ঈদৰ দিনৰ বাহিৰে বাকী দিন কেইটাত ৰোজা ৰখা৷
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ স্ত্ৰীৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ন জিল হিজ্জালৈকে ৰোজা ৰাখিছিল৷
বিশেষকৈ আৰাফাৰ দিনা৷ আৰাফাৰ ৰোজাৰ ফলত দুই বছৰৰ গুনাহ ক্ষমা কৰা হয়৷
২) হজ্জঃ এই দিনবোৰৰ আটাইতকৈ উত্তম আমল হৈছে হজ্জ৷ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ হজ্জে মাবৰূৰৰ প্ৰতিদান হৈছে একমাত্ৰ জান্নাত৷
৩) কুৰবানী, এইটো এটা গুৰুত্বপূৰ্ণ ছুন্নত৷ গতিকে যিয়ে কুৰবানী কৰাৰ নিয়্যত কৰিছে তাৰ বাবে জুলহিজ্জা মাহৰ জোন উঠাৰ পিছৰ পৰা কুৰবানী নকৰালৈকে চুলি নখ আদি কটা উচিত নহয়৷
৪) বেছি বেছি তাকীবৰ (আল্লাহু আকবাৰ) তাহলীল (লা ইলাহা ইল্লাল্লাহ) তাহমীদ (আলহামদুলিল্লাহ) পাঠ কৰা৷
এনেকৈ পাঠ কৰিবঃ
আল্লাহু আকবাৰ, আল্লাহু আকবাৰ, আল্লাহু আকবাৰ, লা ইলাহা ইল্লাল্লাহ,আল্লাহু আকবাৰ, আল্লাহু আকবাৰ, অলিল্লাহিল হাম্দ৷
عشر ذي الحجة
File | Action |
---|---|
photo_٢٠٢٤-٠٦-٠٦_٢٠-٤٨-١٩.jpg | Download |

জুলহিজ্জা মাহৰ প্ৰথম দহ ৰাতি
Scan QR Code | Use a QR Code Scanner to fast download directly to your mobile device

रोजाको चार्ट: यो डा. हैथम सरहानको रचना हो, जसमा उनले रोजासम्बन्धी महत्वपूर्ण विषयहरूलाई स्पष्ट रूपमा प्रस्तुत गरेका छन्। यसमा फर्ज (अनिवार्य) र मुस्तहब रोजाको उल्लेख गरिएको छ, रोजाको परिभाषा दिइएको छ, ती अवस्थाहरू उल्लेख गरिएको छ जब रोजा गर्नु मक्रूह वा हराम हुन्छ, र रोजासम्बन्धी महत्वपूर्ण फिकही (धार्मिक कानुनी) नियमहरूलाई एउटै तालिकामा समेटिएको छ।
July 6, 2025

ज़कातको चार्ट: यो डा. हैथम सरहानको रचना हो, जसमा उनले ज़कातका फर्ज र मुस्तहब पक्षहरू सम्बन्धी महत्वपूर्ण विषयहरूलाई स्पष्ट पारेका छन्। यसमा ज़कातको परिभाषा, ती सम्पत्तिहरू जुनमाथि ज़कात अनिवार्य हुन्छ, र ती व्यक्तिहरू जसलाई ज़कात दिन सकिन्छ, साथै ज़कातसँग सम्बन्धित महत्वपूर्ण फिकही (धार्मिक कानुनी) नियमहरूलाई एउटै समग्र तालिकामा प्रस्तुत गरिएको छ।
July 6, 2025

ראיות על הנבואה הקוּרָאן יִחְיָא בֶּן אַכְּתַ'ם (בְּכִיר הַקָּאדִים בְּעִירָק בימי הח'ליף הַעַבָּאסִי אַל-מָא'מוּן) אמר: היה לְאַל-מָא'מוּן, כשהיה האמיר באותה תקופה, מועצת דיונים - כלומר, מושב לעימותים דתיים. בין האנשים הנוכחים היה גבר יהודי פניו יפות, בגדיו נאים וריחו נעים.